• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬৫০০জন ৰোগীক বিনামূলীয়া চিকিৎসা দি ধুবুৰীৰ পৰা বিদায় ল’লে লাইফলাইন এক্সপ্ৰেছে

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
February 10, 2020 4:20 pm
Lifeline Express
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুঠ ৬৫০০জন ৰোগীক চিকিৎসা দিয়াৰ পিছত ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিদায় ল’বলৈ সাজু হৈছে “জীৱনৰেখা এক্সপ্ৰেছ” বা লাইফলাইন এক্সপ্ৰেছ (এল এল ই)।

বিনামূলীয়া চিকিৎসাসেৱাৰ সুবিধা আৰু অভিজ্ঞ চিকিৎসকৰ দল থকা বিশেষ ৰেইলগাড়ীখন যোৱা ১৮ জানুৱাৰিৰ পৰা ষ্টেইশ্যনটোত থাকি দুখীয়া ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা আগ বঢ়ায়।

Apply Now

ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যনৰ প্ৰকল্প মেনেজাৰ ডাঃ জছবিৰ সিংঙে জানিবলৈ দিয়া মতে, এইটো আছিল বিশেষ ৰেইলগাড়ীখনৰ জৰিয়তে লোৱা ২০৬ সংখ্যক প্ৰকল্প।

৬৫০০জন ৰোগীৰ ভিতৰত ৫১৮টা অস্ত্ৰোপচাৰ চিকিৎসা কৰা হয় আৰু ইয়াৰ ভিতৰত ৪২৬টা কেটেৰেক্ট, ৭৪টা ই এন টি, ১৮টা প্লাষ্টিক চাৰ্জাৰি (ওঁঠ ফটা), আৰু ৪০টা শিশুৰ অস্থি চিকিৎসা।

ইয়াৰ উপৰি ৪০০জনলৈ কেন্সাৰ স্ক্ৰীনিং আগ বঢ়োৱা হয়।

ধুবুৰীৰ পৰা ৰেইলগাড়ীখন অৰুণাচলৰ নাহৰলগুন ষ্টেইশ্যনলৈ যাব আৰু তাত ১৭ ফেব্ৰুৱাৰিৰ পৰা ৫ মাৰ্চলৈকে একেদৰে চিকিৎসাসেৱা আগ বঢ়াব।

“জীৱনৰেখা এক্সপ্ৰেছ” বা লাইফলাইন এক্সপ্ৰেছ ১৯৯১ চনতে আৰম্ভ কৰা হৈছিল। ই হ’ল বিশ্বৰ ভিতৰতে প্ৰথম চিকিৎসা ৰে’ল। প্ৰধানকৈ প্ৰান্তীয় অঞ্চলবোৰত থকা লোকসকলক চিকিৎসা সেৱা আগ বঢ়োৱাৰ বাবে এয়া আছিল এখন চৰকাৰী আঁচনি। ই ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যন আৰু ভাৰতীয় ৰেইলৱে’ৰ যুটীয়া উদ্যোগত এই আঁচনিখন লোৱা হৈছে। ইয়াৰ প্ৰথম শুভাৰম্ভ কৰা হৈছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা, ১৯৯১ চনৰ ১৬ জুলাইত।

সমৰণি অনুষ্ঠানত ভাষণ দি ডাঃ সিঙে কয়, “আমি অকলে সামান্য কিবা কৰিব পাৰো, কিন্তু একেলগে বহুত কিবা কৰিব পাৰো”।

ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যনে সহযোগিতাৰ বাবে ধুবুৰীৰ উপায়ুক্ত অনন্তলাল গিয়ানী, ধুবুৰী প্ৰকল্পটোৰ সমন্বয় বিষয়া অনুপ কুমাৰ ব্ৰহ্ম, ধুবুৰী জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ ইমদাদুল্লাহ, গৌৰীপুৰ পি বি কলেজৰ অধ্যক্ষ আৰু অন্যান্যসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd