• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬৫০০জন ৰোগীক বিনামূলীয়া চিকিৎসা দি ধুবুৰীৰ পৰা বিদায় ল’লে লাইফলাইন এক্সপ্ৰেছে

Mukesh Kumar Singh মুকেশ কুমাৰ সিং
ধুবুৰী , February 10, 2020 4:20 pm

2 min read

Lifeline Express
228
VIEWS
Share on FacebookShare on Twitter

মুঠ ৬৫০০জন ৰোগীক চিকিৎসা দিয়াৰ পিছত ধুবুৰীৰ গৌৰীপুৰৰ পৰা বিদায় ল’বলৈ সাজু হৈছে “জীৱনৰেখা এক্সপ্ৰেছ” বা লাইফলাইন এক্সপ্ৰেছ (এল এল ই)।

বিনামূলীয়া চিকিৎসাসেৱাৰ সুবিধা আৰু অভিজ্ঞ চিকিৎসকৰ দল থকা বিশেষ ৰেইলগাড়ীখন যোৱা ১৮ জানুৱাৰিৰ পৰা ষ্টেইশ্যনটোত থাকি দুখীয়া ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা আগ বঢ়ায়।

ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যনৰ প্ৰকল্প মেনেজাৰ ডাঃ জছবিৰ সিংঙে জানিবলৈ দিয়া মতে, এইটো আছিল বিশেষ ৰেইলগাড়ীখনৰ জৰিয়তে লোৱা ২০৬ সংখ্যক প্ৰকল্প।

৬৫০০জন ৰোগীৰ ভিতৰত ৫১৮টা অস্ত্ৰোপচাৰ চিকিৎসা কৰা হয় আৰু ইয়াৰ ভিতৰত ৪২৬টা কেটেৰেক্ট, ৭৪টা ই এন টি, ১৮টা প্লাষ্টিক চাৰ্জাৰি (ওঁঠ ফটা), আৰু ৪০টা শিশুৰ অস্থি চিকিৎসা।

ইয়াৰ উপৰি ৪০০জনলৈ কেন্সাৰ স্ক্ৰীনিং আগ বঢ়োৱা হয়।

ধুবুৰীৰ পৰা ৰেইলগাড়ীখন অৰুণাচলৰ নাহৰলগুন ষ্টেইশ্যনলৈ যাব আৰু তাত ১৭ ফেব্ৰুৱাৰিৰ পৰা ৫ মাৰ্চলৈকে একেদৰে চিকিৎসাসেৱা আগ বঢ়াব।

“জীৱনৰেখা এক্সপ্ৰেছ” বা লাইফলাইন এক্সপ্ৰেছ ১৯৯১ চনতে আৰম্ভ কৰা হৈছিল। ই হ’ল বিশ্বৰ ভিতৰতে প্ৰথম চিকিৎসা ৰে’ল। প্ৰধানকৈ প্ৰান্তীয় অঞ্চলবোৰত থকা লোকসকলক চিকিৎসা সেৱা আগ বঢ়োৱাৰ বাবে এয়া আছিল এখন চৰকাৰী আঁচনি। ই ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যন আৰু ভাৰতীয় ৰেইলৱে’ৰ যুটীয়া উদ্যোগত এই আঁচনিখন লোৱা হৈছে। ইয়াৰ প্ৰথম শুভাৰম্ভ কৰা হৈছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা, ১৯৯১ চনৰ ১৬ জুলাইত।

সমৰণি অনুষ্ঠানত ভাষণ দি ডাঃ সিঙে কয়, “আমি অকলে সামান্য কিবা কৰিব পাৰো, কিন্তু একেলগে বহুত কিবা কৰিব পাৰো”।

ইম্পেক্ট ইণ্ডিয়া ফাউণ্ডেইশ্যনে সহযোগিতাৰ বাবে ধুবুৰীৰ উপায়ুক্ত অনন্তলাল গিয়ানী, ধুবুৰী প্ৰকল্পটোৰ সমন্বয় বিষয়া অনুপ কুমাৰ ব্ৰহ্ম, ধুবুৰী জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ ইমদাদুল্লাহ, গৌৰীপুৰ পি বি কলেজৰ অধ্যক্ষ আৰু অন্যান্যসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd