• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সঁচাকৈয়ে আহিল নেকি মোডী চৰকাৰৰ ‘ভাল দিন’? দেশত এতিয়া ভিক্ষাৰীও কোটিপতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 6:55 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

ভিক্ষাৰী আকৌ ধনী হ’ব পাৰে নে? আচৰিত হ’লেও এয়া সঁচা। ভিক্ষা কৰি কৰি কোটিপতি হ’ল দেশৰ এজন ব্যক্তি। আজি সেয়ে ক’বলৈ ওলাইছোঁ দেশৰ আটাইতকৈ ধনী ভিক্ষাৰীজনৰ কথা।

পেছাত তেওঁ এজন ভিক্ষাৰী। তেওঁৰ জীৱন নিৰ্ভৰ কৰে আনে দিয়া ভিক্ষা বা দানৰ ওপৰত। কিন্তু, তেওঁক আৰ্থিকভাৱে দুৰ্বল বুলি নাভাবিব। বৰং তেওঁৰ আৰ্থিক অৱস্থা ইমানেই ভাল যে এজন ভাল চৰকাৰী চাকৰিয়ালতকৈ উপাৰ্জন অধিক তেওঁৰ।

নাম তেওঁৰ ভাৰত জৈন। ৪৯ বছৰীয়া ভাৰত জৈন মুম্বাইৰ পৰােল অঞ্চলৰ ভিক্ষাৰী। ভাৰতৰ মাহিলী আয় প্ৰায় ৮৭ হাজাৰ টকা। ইয়াৰ উপৰিও তেওঁৰ দুটা এপাৰ্টমেণ্ট আছে। যাৰ প্ৰতিটোৰ দাম ৮০ লাখ টকাৰো অধিক। ভাৰতৰ পৰিয়ালত পিতৃ, দুজন ভাতৃ, পত্নী আৰু দুটি পুত্ৰ আছে। ভিক্ষা কৰাৰ উপৰিও ভাৰতৰ এখন দোকানো আছে।

কিন্তু সেই দোকানখন তেওঁ নিজে নচলায়। দোকানখন ভাৰতে ভাড়াত দিয়ে। সেই দোকানখনৰ পৰা মাহে ১০ হাজাৰ টকা ভাড়া লাভ কৰে ভাৰত জৈনে। 

উল্লেখ্য যে ইমান সা-সম্পত্তিৰ গৰাকী হোৱাৰ পিছতো ভাৰতে এৰি দিয়া নাই ভিক্ষাবৃত্তি। প্ৰত্যেক দিনাই জোলোঙা লৈ ভিক্ষাৰ বাবে ওলাই যায় ভাৰত। এনেদৰেই নিজৰ বৃত্তিটোক এৰি নিদি অহংশূন্যভাবে ভিক্ষা মাগি ফুৰিছে ভাৰতৰ আটাইতকৈ ধনী ভিখাৰী ভাৰত জৈনে।

লগতে পঢ়কঃ তদন্তত ওলাল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ আচল কাৰণ। দোষ কাৰ?

লগতে পঢ়কঃ স্থগিতাদেশ নহ’ল: গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ ৰাহুল গান্ধীৰ আবেদন

লগতে পঢ়কঃ দিহা ভৰসা : প্ৰেম আৰু যৌনতাৰ সম্পৰ্কটো কেনেকুৱা হোৱা উচিত?

Recent News

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd