• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তদন্তত ওলাল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ আচল কাৰণ। দোষ কাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 4:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা জুন মাহৰ ২ তাৰিখে উৰিষ্যাৰ বালেশ্বৰত সংঘটিত হয় ভয়ানক ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ৩০০ গৰাকী লোকে প্ৰাণ হেৰুৱাই আৰু হাজাৰ হাজাৰ লোক আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৎক্ষণইকভাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰে’ল সুৰক্ষা আয়োগে এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Apply Now

শেহতীয়াকৈ ৰে’ল সুৰক্ষা সমিতিয়ে প্ৰকাশ কৰিছে ভয়ানক দুৰ্ঘটনাটোৰ তদন্তৰ প্ৰতিবেদন।

প্ৰতিবেদন অনুসৰি ৰে’লখনৰ চিগনেলিং চিষ্টেমত হোৱা সমস্যাৰ  কাৰণ হৈছে ৰে’লৱে মেৰামতি কৰ্মী। 

কিয়নো সংকেতত দিয়া আখৰবোৰ বুজি নাপালে শ্ৰমিকসকলে। লগতে সংকেটৰ তাঁৰত লেবেল সংযোগ কৰাত ভুল কৰিছিল শ্ৰমিকসকলে। লেভেল ক্ৰছিং লোকেচনৰ বাকচত থকা তাঁৰবোৰত ভুল লেবেল লগোৱা হৈছিল। উল্লেখ্য যে এই ভুল বছৰ বছৰ ধৰি ধৰা নপৰে। ভুল লেবেলৰ বাবেই চিগনেল লাভ কৰাত ব্যৰ্থ হৈছিল ৰে’লখনৰ চালক।

তদন্তকাৰীৰ মতে, চিগনেলত দোষ থকাৰ পিছতো ৰঙা পতাকাখন দেখা পালে হয়তো কৰমণ্ডল এক্সপ্ৰেছৰ চালকে ৰেলখন নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন, কিন্তু, তেওঁ ৰঙা পতাকাখনো দেখা নাপালে। যাৰ বাবেই এক ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হয়।

ভাৰতীয় ৰে’লৱেৰ সংকেট আৰু দূৰসংযোগ বিভাগেই এই ঘটনাৰ বাবে প্ৰধানকৈ দায়ী বুলি জানিব পৰা গৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে স্বয়ংক্ৰিয় সংকেত ব্যৱস্থাৰ ‘অস্বাভাৱিক আচৰণ’ ধৰা পেলাব নোৱাৰাৰ বাবে ষ্টেচন মাষ্টাৰো দায়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd