• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাছাৰৰ ঢলাইত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 9:17 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2.8k
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে কাছাৰ জিলাৰ এখন মাদ্ৰাছাৰ হোষ্টেলৰ ভিতৰত এজন ১২ বছৰীয়া ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ হয়।

জিলাখনৰ ঢলাই অঞ্চলৰ দাৰুছ চালাম হাফিজিয়া মাদ্ৰাছাত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰজনৰ মৃতদেহটো তেওঁৰ ছয়জন ৰুমমেটৰ এজনে প্ৰত্যক্ষ কৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই জনায়, ‘হোষ্টেলৰ কোঠাটোৰ ভিতৰত মৃতককে ধৰি সাতজন ছাত্ৰ আছিল। ৰাতিপুৱা সাৰ পোৱাৰ সময়ত তেওঁৰ এগৰাকী ৰুমমেটে মূণ্ডছেদ কৰা মৃতদেহটো দেখিছিল।’

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ  প্ৰেৰণ কৰা হয়।

কাছাৰৰ আৰক্ষী অধীক্ষককে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বিষয়াগৰাকীয়ে লগতে কয়, ‘আমি ইতিমধ্যে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীকে ধৰি তিনিজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছো। আন ছাত্ৰ-ছাত্ৰীৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে।’

আৰক্ষীয়ে জনোৱা মতে এই গোচৰৰ তদন্ত নোহোৱালৈকে কৰ্তৃপক্ষই প্ৰতিষ্ঠানটো ছীল কৰি দিছে। 

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd