• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 18, 2025 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ পঞ্চায়ত আৰু কৃষি ৰাজ্যিক মন্ত্ৰী বচ্চু খবৰৰ পুত্ৰ বলৱন্ত সিং খাবৰক কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মাত্ৰ ১০০ দিনীয়া কৰ্ম প্ৰকল্পত এই দুনীৰ্তি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে ডাহোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি মন্ত্ৰীৰ পুত্ৰক।

আৰক্ষী সূত্ৰ অনুসৰি মন্ত্ৰীগৰাকীৰ পুত্ৰই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন চমুকৈ এম জি এনৰেগাৰ পৰা ৭৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। বলৱন্ত সিং আৰু তেওঁৰ কনিষ্ঠ ভাতৃ কিৰণে ডাহোৰ আদালতত আগজাননীমূলক জামিনৰ বাবে আবেদন কৰিছিল যদিও শেষত সেই জামিন প্ৰত্যাহাৰ কৰে। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Apply Now

ডাহোদৰ উপ-আৰক্ষী অধীক্ষক জগদীশ ভাণ্ডাৰীয়ে কয় যে জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণে দাখিল কৰা এফ আই আৰৰ ভিত্তিত প্ৰাথমিক তদন্তত বলৱন্ত সিঙৰ জড়িততাৰ ইংগিত পোৱা গৈছে। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

ভাণ্ডাৰীয়ে কয়, “যদিও বলৱন্ত সিঙে এটা কোম্পানীয়ে এমজিএনৰেগা প্ৰকল্পৰ বাবে সামগ্ৰী যোগান ধৰা বুলি দাবী কৰিছিল, বাস্তৱত সামগ্ৰীৰ সম্পূৰ্ণ তালিকা প্ৰদান কৰা হোৱা নাছিল। টকা আত্মসাৎৰ সঠিক পৰিমাণ আমি এতিয়াও জানিব পৰা নাই। বলৱন্ত সিঙৰ ভাতৃ কিৰণৰ বিৰুদ্ধেও তদন্ত চলি আছে।”

যোৱা ৪ এপ্ৰিলত দাখিল কৰা এফ আই আৰত অভিযোগ কৰা হৈছে যে যিবোৰ কোম্পানীয়ে প্ৰকল্পসমূহৰ সামগ্ৰী যোগান ধৰাৰ দায়িত্বত নপৰে সেইবোৰকো কাম প্ৰদান আৰু অবৈধভাৱে বিল জমা দিয়াৰ অনুমোদন দিয়া হৈছিল। দেৱগড় বৰীয়াৰ কুভা গাঁৱত এটা প্ৰকল্প ৰূপায়ণৰ বাবে এখন বিধেয়ক গৃহীত হ’ল যদিও গাঁওবাসীয়ে অভিযোগ কৰিছে যে প্ৰকৃততে তাত কোনো কাম কৰা হোৱা নাই।

আনহাতে, দহোৰ জিলা আৰক্ষীয়ে ইয়াৰ পূৰ্বে এই গোচৰত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হ‘ল – এম জি এনৰেগা শাখাৰ দুজন একাউণ্টেণ্ট জয়ীৰ নাগৰী আৰু মহিপাল সিং চৌহান, গাঁৱৰ নিয়োগ কৰ্মী কুলদীপ বৰিয়া আৰু মংগলসিং পটেলিয়া, আৰু কাৰিকৰী সহায়ক মনীষ পেটেল।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছে বিজেপিক সমালোচনা কৰিছে। কংগ্ৰেছ নেতা অমিত চাভ্ৰাই দাবী কৰে যে, “গুজৰাটত বিজেপিৰ ৩০ বছৰীয়া শাসনকালত দুৰ্নীতি প্ৰশাসনৰ মূল বৈশিষ্ট্য হৈ পৰিছে। ডাহোৰ কেলেংকাৰীত চৰকাৰৰ নিষ্ক্ৰিয়তাই প্ৰমাণ কৰে যে বাৰে বাৰে অভিযোগৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আমি এই বিষয়টো বিধানসভাত বাৰে বাৰে উত্থাপন কৰিছো। এতিয়া এটা নিৰপেক্ষ বিশেষ তদন্তকাৰী দল গঠন কৰাৰ সময়।”

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd