• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনে আছে ৪ বছৰ বয়সতে পিতৃ মাতৃয়ে এৰি থৈ আলফালৈ যোৱা তিনিচুকীয়াৰ সেই কন্যা সন্তানটি?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 14, 2024 4:33 pm
46.8k
VIEWS
Share on FacebookShare on Twitter

দুবছৰ পূৰ্বে নিষিদ্ধঘোষিত সংগঠন আলফালৈ কৰিছিল তিনিচুকীয়াৰ এহাল দম্পতীয়ে। কাকপথাৰৰ এক নং চেলেংগুৰিৰ বাসিন্দা সম্মিন নেওগৰ একমাত্ৰ পুত্র অচ্যুতানন্দ নেওগ আৰু বোৱাৰী মমতা নেওগে আলফা স্বাধীনলৈ গমন কৰিছিল।

সেই সময়ত নিজৰ ৪ বছৰীয়া একমাত্র কন্যা সন্তানক এৰি দুয়ো নিষিদ্ধ সংগঠনটোলৈ গমন কৰিছিল।

পিতৃয়ে জানিবলৈ দিয়া মতে, যোৱা ২০২২ চনৰ ৫ মে‘ত অচ্যুতানন্দই ঘৰত উপস্থিত হৈ মাতৃক ভাত বাঢ়িবলৈ কয়। সেই সময়তে অচ্যুতানন্দলৈ এটা ফোন আহে। ফোনত কথা পতাৰ পিছতে বঢ়া ভাত এৰি ঘৰৰ পৰা ওলাই যায় অচ্যুতানন্দ। অচ্যুতানন্দ ওলাই যোৱা দেখি পত্নী মমতাও পিছে পিছে ওলাই যায়।

সেইদিনা সন্ধিয়া তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে পিতৃ সম্মিন নেওগলৈ ফোন কৰি তেওঁৰ পুত্ৰ-বোৱাৰী আলফা স্বাধীনলৈ গমন কৰাৰ খবৰটো দিয়ে।

ইয়াৰ পিছত ৬ মে‘ত কাকপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ায়ো পৰিয়ালক দম্পতীহাল আলফালৈ যোৱাৰ কথাটো সদৰী কৰে। ইয়াৰ পিছত পৰিয়ালটো এই ঘটনাৰ বিষয়ে নিশ্চিত হয়।

ইয়াৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটোত। কণমাণি সন্তানটিক এৰি আলফালৈ যোৱা কাৰ্যই সকলোকে এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য যে অচ্যুতানন্দ নেওগৰ পিতৃ সম্মিন নেওগ এগৰাকী প্ৰাক্তন আলফা । ১৯৯৩ চনতে আত্মসমর্পণ কৰাৰ পৰা ঘৰতে আছে তেওঁ।

এতিয়া দুবছৰ পূৰ্বে মাক-দেউতাকে এৰি থৈ যোৱা কন্যা সন্তানটিয়ে পুনৰ এবাৰ চৰ্চা লাভ কৰিছে। মাক দেউতাকৰ অবিহনে কেনেকৈ ককাকৰ সৈতে দিন কটাইছে সেই কণমাণি শিশুটিয়ে? তাকে লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰাৰ লগতে পিতৃ মাতৃক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে পৰিয়াল তথা সচেতন ৰাইজে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd