• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফেচবুক কৰ্ণাৰ : আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট নকৰিব – বুলন কুমাৰ শইকীয়াৰ ফেচবুক পোষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছুত তৃণমূল পৰ্যায়ত অজস্ৰ আৰু সন্দেহাতীতভাৱে অসম প্ৰেমী যুৱ কৰ্মী আছে ৷ কিন্তু নেতৃত্বৰ কেতবোৰ সুবিধাবাদী অৱস্থানে সংগঠনটোৰ যিদৰে গৰিমা হ্ৰাস কৰিছে ঠিক সেইদৰে সেই নিষ্ঠাবান কৰ্মীসকলকো হতাশাত ভুগাইছে । কিন্তু সামগ্ৰিকভাৱে আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ ৷

আজি বহুতেই কৈছে আৰ.এছ.এছৰ যি এজেণ্ডা সি আছুৰো এজেণ্ডা ৷ সেইটো উপলব্ধি কৰিবলৈ আমাক এইখিনি সময়ৰ কিয় দৰকাৰ হ’ল ? সেইটোতো বহু আগতেই প্ৰতিপন্ন হৈ গৈছে । অসম আন্দোলনৰ সময়ত কিদৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু জনসংঘৰ নেতাৰ অসমলৈ সঘন আহযাহ, আন্দোলনৰ নেতাৰ সৈতে অহৈতুক প্ৰীতি, বহিৰাগত বহিষ্কৰণৰ পৰা আন্দোলনটো কেনেকৈ অবৈধ বাংলাদেশী খেদাৰ আন্দোলনলৈ সলনি হ’ল বহু কথা আজিও নিকট ইতিহাসত স্পষ্ট হৈ আছে ৷ আছুত সাম্প্ৰদায়িকতাবাদে বিৰাজমান কৰিছে বুলি নেতৃত্বক অভিযোগ দিবলৈ গৈ কোনকেইজন মুছলমান ছাত্ৰ নেতাক বহিষ্কাৰ কৰা হৈছিল তাৰ তথ্য নেকিবুৰ জামান , মতিউৰ ৰেহমানক সুধিলেই উত্তৰ পোৱা যাব ৷ আৰু এটা ভয়ংকৰ তথ্য দিছোঁ । নেলীৰ হত্যাযজ্ঞৰ পাছত সমস্ত দোষ ঠেলি দিয়া হৈছিল পাৰ্শ্বৱৰ্তী এলেকাৰ তিৱা জনগণলৈ ৷ যাৰ পৰিণতিত অপমান বোধ কৰি জন্ম হৈছিল তিৱা ছাত্ৰ সন্থাৰ ৷

আছুৰ একাংশ নেতৃত্বই সময়ে সময়ে শাসনযন্ত্ৰক উপকাৰ সাধন কৰি আহিছে । সেয়ে আছু প্ৰভৃতি সংগঠনবোৰ ৰাষ্ট্ৰৰ ভেটো অৰ্গেনাইজেচন ৷ সেয়ে তেওঁলোকে কি কৈছে কি নকৈছে সেইবোৰ কথালৈ সামান্য বুদ্ধি থকা মানুহে গুৰুত্ব নিদিয়াই ভাল।

অসম জাতীয় পৰিষদৰ গঠনৰ বেলিকা দি ক্ৰছ কাৰেন্টত মোৰ এক বিশ্লেষণ প্ৰকাশ পাইছিল ৷ সেই বিশ্লেষণটোৰ ওপৰত কটুক্তি দিবলৈ গৈ শংকৰজ্যোতি বৰুৱাই অভিহিত কৰিছিল মই হেনো হিমন্তৰ নাহৰকটীয়াত থকা কমিছন সংগ্ৰহকাৰীজনৰ পৰা নিয়মিত পইছা পাই থকা মানুহ ৷ সময় বাগৰিল । মোৰ বিশ্লেষণো সঠিক প্ৰমাণিত হ’ল । শংকৰজ্যোতি বৰুৱাই যিজন কমিছন এজেণ্টৰ পৰা মই ধনবিত পাই থাকো বুলি অভিযোগ আনিছিল সেই কমিছন এজেণ্টৰ সৈতে মোৰ বিপৰীতমুখী অৱস্থানো কাগজে পত্ৰই স্পষ্ট। স্পষ্ট নহ’ল শংকৰজ্যোতি বৰুৱাইহে ৷ কাৰণ তেওঁক উদ্দেশ্যি এখন মুকলি চিঠি লিখিছিলো ৷ জাতীয় পৰিষদৰ জন্মৰ পৃষ্ঠভূমি যিহেতু আছুৱে নিৰ্মাণ কৰি দিছিল সেয়ে নিৰ্বাচনৰ পৰাজয়ৰ পাছত জাতীয় পৰিষদৰ দায়িত্ব তেওঁলোকে যাতে পৰিকল্পিতভাৱে গ্ৰহণ কৰে। ক’তা ? আজিলৈকেতো এটাও মাত নুশুনিলোঁ ৷

লুৰীণজ্যোতিক লগ পালে সেয়ে কওঁ : তোমাৰ নামটো অভিমুন্য কৰি লোৱা ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

September 5, 2025 6:59 am
ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

September 5, 2025 6:41 am
আজি শিক্ষক দিৱস : শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে জানো আহক

আজি শিক্ষক দিৱস : শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে জানো আহক

September 5, 2025 6:30 am
তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ কুকি-জো গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ

September 5, 2025 6:59 am
ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

ভাৰতত হ্ৰাস পাইছে জন্মৰ হাৰ, ২ বছৰৰ ভিতৰত মুঠ প্ৰজনন হাৰ প্ৰথমবাৰলৈ হৈছে নিম্নগামী

September 5, 2025 6:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd