• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ জি কৰ গোচৰৰ ৰায় দিয়াৰ পূৰ্বে প্ৰেমিকক হত্যা কৰাৰ অপৰাধত প্ৰেমিকাক মৃত্যুদণ্ড কেৰালাৰ আদালতৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 20, 2025 2:39 pm
221
VIEWS
Share on FacebookShare on Twitter

আৰ জি কৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ৰ শাস্তি ঘোষণা কৰাৰ পূৰ্বে কেৰালাৰ আদালতত প্ৰেমিকক হত্যা কৰাৰ অপৰাধত ‎এগৰাকী যুৱতীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ন্যায়াধীশে। সোমবাৰে ত্ৰিবেন্দ্ৰমৰ আদালতে যুৱতীগৰাকীক মৃত্যুদণ্ডৰ শাস্তি ‎প্ৰদান কৰে। ‎

উল্লেখ্য যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিক শৰণ ৰাজক বিহ খুৱাই হত্যা কৰিছিল। এই হত্যাকাণ্ডত যুৱতীগৰাকীৰ মাক ‎আৰু ককাকে সহায় কৰিছিল।

এই গোচৰৰ শাস্তি আজিৰ দিনটোতে অতিৰিক্ত সত্ৰ আদালতত ঘোষণা কৰা হয়। আদালতে যুৱতীগৰাকীৰ ককাক ‎নিৰ্মলকুমাৰন নাইৰকো দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে। প্ৰমাণৰ অভাৱত এই গোচৰৰ পৰা দোষমুক্ত হ’ল ‎যুৱতীগৰাকীৰ মাতৃ সিন্ধুকুমাৰী। ‎

গোচৰৰ সবিশেষ অনুসৰি যুৱতীগৰাকীয়ে প্ৰেমিকক ঘৰলৈ ফোন কৰি বিহ দিয়া পানীয় খুৱাইছিল। ২০২২ চনৰ ১৪ ‎অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। এই গোচৰটো ২ বছৰতকৈও অধিক সময় ধৰি চলি আছিল। দুবছৰৰ বিচৰাৰ ‎অন্তত যুৱতীগৰাকীক দোষি সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়ে আদালতে।

উল্লেখ্য যে আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰায়কো দোষী সাব্যস্ত কৰিছে কলিকতাৰ সত্ৰ আদালতে। আজি ঘোষণা কৰা হ’ব পাৰে এই গোচৰৰ শাস্তি। এই গোচৰতো দোষীক মৃত্যুদণ্ড দিয়াৰ সম্ভাৱনা আছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd