• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়াৰ্লুং চাংপোত ভূমিস্খলন : প্ৰভাৱিত এলেকাৰ পৰা এতিয়ালৈকে ৬০০০ লোকক স্থানান্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2018 6:22 pm
5bc928e8a310eff3690194d8
359
VIEWS
Share on FacebookShare on Twitter

‘চাইনা ডেইলী’ সংবাদপত্ৰৰ শেহতীয়া প্ৰতিৱেদনত প্ৰকাশ হোৱা অনুসৰি তিব্বত স্বায়ত্ব শাসিত এলেকাৰ যিটো এলেকাত ব্ৰহ্মপুত্ৰৰ মূলসুঁতি য়াংৰ্লুং চাংপোৰ অংশটোত ভূমিস্খলন সংঘটিত হৈছে সেই এলেকাটোৰ পৰা এতিয়ালৈকে ৬০০০ বাসিন্দাক নিৰাপদ স্থানলৈ আঁতৰাই দিয়া হৈছে।  এলেকাটোৰ আঞ্চলিক জৰুৰীকালীন ব্যৱস্থাপনা বিভাগৰ (Regional Emergency Response Department) উদ্ধৃতিৰে সংবাদ চাইনা ডেইলী সংবাদপত্ৰই এই প্ৰতিৱেদন প্ৰকাশ কৰিছে।

ভূমি স্খলনৰ ফলত নদীখনৰ গতিপথ ৰূদ্ধ হোৱাৰ ফলত চাংপোৰ নামনি এলেকাত থকা এলেকাসমূহত চাংপো অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী শুকাই যোৱাৰ প্ৰৱল আশংকাই দেখা দিছে।

প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, বুধবাৰে পুৱা  ব্ৰহ্মপুত্ৰৰ মূল সোঁত য়াংৰ্লু চাংপো নৈখন বৈ অহা গভীৰ উপত্যকাটোত পাহাৰৰ শিখৰ এটা খহি পৰাৰ ফলত এটা বান্ধ প্ৰাকৃতিকভাৱে গঠন হৈছে আৰু চাংপোৰ উজনিৰ চামদোত এটা হ্ৰদৰ সৃষ্টি হৈছে।

পূৰ্বৰ প্ৰতিৱেদনত কোৱা হৈছিল যে যে তিব্বত স্বায়ত্ব শাসিত এলেকাৰ মেনলিং কাউণ্টিৰ অন্তৰ্গত গ্যালহা গাঁৱৰ সমীপত এই ভূমিস্খলন সংঘটিত হৈছিল আৰু বন্ধ হৈ পৰা পানীখিনিয়ে ৪০ মিটাৰলৈকে জলস্তৰৰ উচ্চতা বৃদ্ধি কৰিছিল।

এই দুৰ্যোগে মেডোগ আৰু মেনলিং এলেকাৰ প্ৰায় ২০,০০০ বাসিন্দাক প্ৰভাৱিত কৰিছে আৰু অধিক সংখ্যক আঁতৰাই নিয়া হ’ব। আনহাতে জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে সতৰ্কবাণী জাৰী কৰিছে যে আৰু এটা ভূমিস্থলনৰ সম্ভাৱনাৰ সৃষ্টি হৈছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd