• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ এজন লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2022 9:03 am
143
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ঘটা এক দুৰ্ঘটনাত অসমৰ এজন লোক নিহত হয়।

বাতৰি অনুসৰি, মৃত ব্যক্তিজন নুৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। তেওঁ কামৰূপ জিলাৰ গৰৈমাৰীৰ বাসিন্দা আছিল। হুছেইন লক্ষ্ণৌত নিযুক্ত আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ব্যক্তিজনে তেওঁৰ মটৰচাইকেলত বিবাহৰ অনুষ্ঠানলৈ গৈ আছিল। পথত তেওঁক এখন এছইউভি-য়ে খুন্দা মাৰে।

লগতে পঢ়ক :চামগুৰিত মাৰুতি ভানসহ জব্দ ২ লাখ ৪৮ হাজাৰ নকল টকা; দুই সৰবৰাহকাৰীক আটক

দুৰ্ঘটনাটোৰ ফলত হুছেইনৰ লগতে আন এজন ব্যক্তিৰো মৃত্যু হয়।

দুৰ্ঘটনাটোৰ সংঘটিত কৰা গাড়ীখন পলাতক হৈ আছে আৰু এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Recent News

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd