• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত পৰ্যটন প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনা চক্র সম্পন্ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 2, 2024 8:39 pm
374
VIEWS
Share on FacebookShare on Twitter

পৰ্যটন প্ৰসাৰৰ বাবে যুৱ ক্লাৱ সমূহে পদক্ষেপ গ্ৰহণ কৰিব লাগে। যুৱ ক্লাৱ সমূহে গ্ৰহণ কৰা কাৰ্য্যকলাপ সমূহ সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰাটো অত্যন্ত জৰুৰী। এই মন্তব্য গুজৰাট পাৰুল বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা প্ৰবাহন পূজাৰীৰ। 

প্ৰাগজ্যোতিষ মহাবিদ্যালয় টুৰিজিম মেনেজমেণ্টে আয়োজন কৰা পৰ্যটন উদ্যোগ প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী প্ৰবক্তা গৰাকীয়ে এই মন্তব্য কৰে। 

এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এন ই ফ’কাচ ডট কম আৰু নৰ্থ ইষ্ট টুৰিজিম কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে এই ক্ষেত্ৰত পৰম্পৰাগত সংবাদ মাধ্যম আৰু ডিজিটেল মাধ্যমৰ  জৰিয়তে পৰ্যটন প্ৰসাৰ কৰিব পাৰি। 

পৰ্যটনৰ প্ৰতি আগ্ৰহী পৰ্যটনৰ ছাত্ৰ সমাজক চ’চিয়েল মেডিয়াৰ ইনফ্লুলেজ্ঞাৰ লগত জৰিত হৈ দ্বৈতভাৱে কাম কৰিব পৰা মঞ্চৰ বিষয়ে অৱগত কৰে।  

লগতে কয় যে এন ই ফ’কাচ ডট কমে পূৰ্বৰে পৰা বিভিন্ন পৰ্যটনৰ সম্ভাৱনীয়তাৰ ঠাইৰ বিষয়ে প্ৰচাৰ কৰি আহিছে। 

আন এগৰাকী সমল ব্যক্তি নৰ্থ ইষ্ট লাইভ চেনেলৰ নিউজৰ এডিটৰ নবাৰুণ গোস্বামীয়ে পৰ্যটনৰ সম্ভাৱনীয়তা আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কত বক্তব্য প্ৰদান কৰে। 

এই অনুষ্ঠানতেই যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট টুৰিজিম কনক্লেভত অংশগ্ৰহণ  কৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এন ই ফ’কাচৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। 

অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° চম্পা চৌধাৰী আৰু আই কিউ এ চিৰ সম্বয়ক ড° নমিতা দাস, টুৰিজিম মেনেজমেণ্ট বিভাগৰ মুৰব্বী বৰ্ণালী মহন্ত লগতে পৰ্যটনৰ ৩ গৰাকী প্ৰবক্তা উপস্থিত থাকে। 

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd