• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত পৰ্যটন প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনা চক্র সম্পন্ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 2, 2024 8:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰ্যটন প্ৰসাৰৰ বাবে যুৱ ক্লাৱ সমূহে পদক্ষেপ গ্ৰহণ কৰিব লাগে। যুৱ ক্লাৱ সমূহে গ্ৰহণ কৰা কাৰ্য্যকলাপ সমূহ সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰাটো অত্যন্ত জৰুৰী। এই মন্তব্য গুজৰাট পাৰুল বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা প্ৰবাহন পূজাৰীৰ। 

প্ৰাগজ্যোতিষ মহাবিদ্যালয় টুৰিজিম মেনেজমেণ্টে আয়োজন কৰা পৰ্যটন উদ্যোগ প্ৰসাৰত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী প্ৰবক্তা গৰাকীয়ে এই মন্তব্য কৰে। 

Apply Now

এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এন ই ফ’কাচ ডট কম আৰু নৰ্থ ইষ্ট টুৰিজিম কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে এই ক্ষেত্ৰত পৰম্পৰাগত সংবাদ মাধ্যম আৰু ডিজিটেল মাধ্যমৰ  জৰিয়তে পৰ্যটন প্ৰসাৰ কৰিব পাৰি। 

পৰ্যটনৰ প্ৰতি আগ্ৰহী পৰ্যটনৰ ছাত্ৰ সমাজক চ’চিয়েল মেডিয়াৰ ইনফ্লুলেজ্ঞাৰ লগত জৰিত হৈ দ্বৈতভাৱে কাম কৰিব পৰা মঞ্চৰ বিষয়ে অৱগত কৰে।  

লগতে কয় যে এন ই ফ’কাচ ডট কমে পূৰ্বৰে পৰা বিভিন্ন পৰ্যটনৰ সম্ভাৱনীয়তাৰ ঠাইৰ বিষয়ে প্ৰচাৰ কৰি আহিছে। 

আন এগৰাকী সমল ব্যক্তি নৰ্থ ইষ্ট লাইভ চেনেলৰ নিউজৰ এডিটৰ নবাৰুণ গোস্বামীয়ে পৰ্যটনৰ সম্ভাৱনীয়তা আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কত বক্তব্য প্ৰদান কৰে। 

এই অনুষ্ঠানতেই যোৱা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট টুৰিজিম কনক্লেভত অংশগ্ৰহণ  কৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক এন ই ফ’কাচৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। 

অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° চম্পা চৌধাৰী আৰু আই কিউ এ চিৰ সম্বয়ক ড° নমিতা দাস, টুৰিজিম মেনেজমেণ্ট বিভাগৰ মুৰব্বী বৰ্ণালী মহন্ত লগতে পৰ্যটনৰ ৩ গৰাকী প্ৰবক্তা উপস্থিত থাকে। 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd