• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বাবে বজালীত চৰম পন্থা বাচি ল’লে এগৰাকী ছাত্ৰীয়ে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 6:28 pm
তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বাবে বজালীত চৰম পন্থা বাচি ল’লে এগৰাকী ছাত্ৰীয়ে…
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে চৰম সিদ্ধান্ত বাচি ল’লে পাঠশালাৰ এগৰাকী ছাত্ৰীয়ে।

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী।

আশা কৰা ধৰণে ফলাফল লাভ নকৰাত নিজ বাসগৃহতে জীৱনৰ চৰম পথ বাচি লয় ছাত্ৰীগৰাকীয়ে।

লগৰ সমনীয়া বান্ধবীগৰাকীয়ে প্ৰথম স্থান লাভ কৰাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ মৃতদেহ পাঠশালা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

ঘটনাৰ পাছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হয়।

এই ঘটনাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বজালীত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd