• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সূৰ্যমুখীৰ স্বপ্ন! কিয় সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এডৰা বেলিফুলৰ খেতি?

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 7, 2021 12:23 pm
Sunflower

ফটো: নৰ্থইষ্ট নাও।

855
VIEWS
Share on FacebookShare on Twitter

চালে চকুৰোৱা চৌপাশে কেৱল হালধীয়া, হালধীয়া আৰু হালধীয়া ৷ বিশ্বনাথৰ এজনৰ উদীয়মান কৃষকৰ এডৰা সূৰ্যমূখী ফুলৰ খেতিয়ে এতিয়া মন মোহিছে বহুতো লোকৰ ৷

প্ৰকৃতিৰ হালধীয়াৰ প্ৰেমত পৰি বহু কবিয়ে কবিতা লিখে, বহুতেই জীৱনৰ বাবে প্ৰেৰণাও বুটলে। সূৰ্যমুখী ফুলৰ হালধীয়াই আশাৰ সপোন ৰচাত প্ৰেৰণা যোগায়।

বিশ্বনাথৰ হালধীয়া হৈ ফুলি থকা বেলি ফুলবোৰ চাবলৈ দৈনিক ভিৰ কৰেহি অজস্ৰ লোকে। লাহে লাহে এতিয়া এই বেলিফুল ডৰা পৰ্যটনৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈ পৰিছে৷

জানিব পৰা মতে, বিশ্বনাথৰ জৰাবাৰী গাঁৱৰ এগৰাকী উদীয়মান আদৰ্শ খেতিয়ক নৱজ্যোতি বৰাই বিশ্বানাথৰ ঘোঁৰামাৰী অঞ্চলত চাৰি বিঘা মাটিত বিগত দুবছৰ ধৰি এই বেলিফুলৰ খেতি কৰি আহিছে ৷

খেতিডৰা কাৰো চকুত পৰা নাছিল যদিও, এইবাৰ সকলোৰে দৃষ্টিগোচৰ হোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহুতো লোকে ফটো উঠিবলৈ, ভিডিঅ’ বনাবলৈ কিম্বা এবাৰ স্বচক্ষুৰে চাবলৈ খেতিডৰালৈ ঢাপলি মেলিছে ৷

উল্লেখ্য যে, নৱই বেলিফুলৰ উপৰিও ২৫বিঘা মাটিত কল, জিকা, লেচেৰা, চয়াবিন, মাটিমাহ, গোমধান ইত্যাদি খেতিৰে স্বাৱলম্বী হৈ উঠিছে ৷

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd