• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শদিয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ; আন এখন ১২ চকীয়া ট্ৰাকৰ পলায়ন 

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 23, 2019 9:31 pm
IMG-20191023-WA0029

ফটো : নৰ্থ-ইষ্ট নাও

253
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত মঙলবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শদিয়া বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে শদিয়াৰ চূণপোৰাত অভিযান চলাই বিক্ৰম বুঢ়াগোহাঁই নামৰ লোক এজনৰ বাৰিৰ পৰা চোৰাং কাঠভৰ্তি এ এছ ০১ জি চি-৯৬২৯ নম্বৰৰ ১২ চকীয়া ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে বন বিভাগৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰাৰ কথা জানিব পাৰি কাঠ মাফিয়াই অন্য এখন চোৰাং কাঠভৰ্তি ১২ চকীয়া ট্ৰাক পলুৱাই নিয়ে।

পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত বন বিভাগৰ দলে অভিযান অব্যাহত ৰাখিছে বুলি জানিব দিছে।

জানিব পৰা মতে অভিযানৰত ডুমডুমা বন প্ৰাধিকাৰী দিলীপ ডেকাৰ চকুৰ সন্মুখতে বৰহাপজানত নিশা কাঠভৰ্তি ট্ৰাক তিনিচুকীয়া অভিমুখে পলায়ন কৰে।

ইয়াৰ পাছতে বন প্ৰাধিকাৰী গৰাকীয়ে শদিয়া, ডুমডুমা, ছৈখোৱা, কাকপথাৰ, ডিগবৈ আদি অঞ্চলত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ বনাঞ্চলিক বিষয়াসকলক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে সন্ধিয়া জিলাখনৰ ধলা, চূণপোৰা, তালাপ, ৰূপাই, হাহঁচৰা-বৰহাপজান, মাকুম, তিনিচুকীয়াৰ হিজুগুৰি আদি এলেকাৰ ধাবা, তেল ডিপো, ট্ৰাক পাৰ্কিঙত সন্দেহজনক অৱস্থাত কাঠভৰ্তি কেইবাখনো ট্ৰাক ৰখাই থোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd