• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 10, 2025 6:30 pm
56
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে গভীৰ নিশা চোৰাং ব্যৱসায় বিৰোধী অভিযানত অসম বন সুৰক্ষা দলে প্ৰায় ৫ লাখ টকাৰ শাল কাঠ ভৰ্তি টাটা ডি আই (পঞ্জীয়ন নম্বৰ এম এল ০৯ এ ৫০৩০) জব্দ কৰে।

গোপন সূত্ৰৰ পম খেদি পশ্চিম কামৰূপ বন সংমণ্ডলৰ সংমণ্ডল বন বিষয়া সুবোধ তালুকদাৰৰ নিৰ্দেশত এই অভিযান চলোৱা হয়।

বন বিষয়াৰ মতে, শনিবাৰে মাজনিশা অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চলত খেদি খেদি তীব্ৰ বেগী ট্ৰাকখন জব্দ কৰা হয়।

ট্ৰাকখন জব্দ কৰাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী জোৱান উপস্থিত হয়। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ ট্ৰাক চালকজন পলায়ন কৰিবলৈ সক্ষম হয় আৰু এতিয়াও পলাতক অৱস্থাত আছে।

কৰ্তৃপক্ষই লক্ষ্য কৰিছে যে অবৈধভাৱে শাল গছ কটা আৰু কাঠ সৰবৰাহ অসম আৰু মেঘালয় উভয়তে এক আতংকজনক বিষয় হৈ পৰিছে।

Recent News

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

অসম–মেঘালয় সীমান্তৰ সমীপত মাজনিশা জব্দ শাল কাঠভৰ্তি  ট্ৰাক

নাছিকত ভুৱা এমাজন টেক ছাপৰ্ট চেণ্টাৰ উন্মোচন: চিবিআইৰ অভিযানত ৫ জন গ্ৰেপ্তাৰ, কোটি কোটি টকাৰ সম্পত্তি জব্দ

নাছিকত ভুৱা এমাজন টেক ছাপৰ্ট চেণ্টাৰ উন্মোচন: চিবিআইৰ অভিযানত ৫ জন গ্ৰেপ্তাৰ, কোটি কোটি টকাৰ সম্পত্তি জব্দ

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd