• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চীন-ভাৰত সীমান্তৰ বনাঞ্চলত উপস্থিত বন্যপ্ৰাণী গৱেষক অভিযাত্ৰী দল

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
October 17, 2018 5:12 pm
PK expedition-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ নিৰ্দেশক আৰু ডেৰাডুনৰ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (Wildlife Institute of India) প্ৰশিক্ষণপ্ৰাপ্ত ফটোগ্ৰাফাৰৰ সৈতে বিজ্ঞানীৰ এটা দল আহি চীন-ভাৰত সীমান্তত উপস্থিত হৈছে।  অৰুণাচলৰ ছিয়াং নদীৰ উপত্যকাত এটা বন্যপ্ৰাণীৰ ওপৰত এটা গৱেষণামূলক অভিযান সম্পন্ন কৰি থকা দলটোৱে চীন-ভাৰত সীমান্তত থকা উজনি ছিয়াং জিলাৰ টুটিং আৰু গেলিঙত আজি উপস্থিত হৈছে।

দলটোৱে এলেকাটোৰ জৈৱ-বৈচিত্ৰৰ ওপৰত বিশদ বৈজ্ঞানিক অধ্যয়ন কৰি বন্যপ্ৰাণীৰ জৰীপ, তথ্যভুক্তি, বন্যপ্ৰাণী ফটো তোলা, বন্যপ্ৰাণীৰ শব্দ সন্ধান বিজ্ঞান সন্মত ফটোগ্ৰাফী আদি। এয়া গ্ৰন্থ আৰু গৱেষণাপত্ৰ আকাৰে প্ৰকাশ কৰা হ’ব।

দলটোৱে ৩০ তাৰিখে পোবা আৰু লালি সংৰক্ষিত বনাঞ্চল আৰু দয়িং ইৰিং বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ জৰীপ সম্পন্ন কৰিছে।

বন্যপ্ৰাণী বিশেষজ্ঞৰ দলটোত মৌলিং ৰাষ্ট্ৰীয় উদ্যানৰ মাণ্ডলিক  বন বিষয়া (বন্যপ্ৰাণী) বোকেন পাৱেও আছে। বৰ্তমান দলটো মৌলিং ৰাষ্ট্ৰীয় উদ্যানত জৰীপ আৰু ফটো তোলাত ব্যস্ত আছে। বিশেষজ্ঞৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ পাহাৰৰ টিঙত বাস কৰা বন্যপ্ৰাণীসমূহৰ বিষয়ে অৱগত হ’বলৈ ড্ৰোন কেমেৰাও ব্যৱহাৰ কৰিছে।

জানিব পৰা মতে দলটোৱে এতিয়ালৈকে বিজ্ঞানৰ দৃষ্টিত নপৰা ভালেকেইটামান পক্ষী, সৰীসৃপ, পতংগৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে। অৱশে এতিয়াও ইয়াৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই।

অভিযাত্ৰী দলটোৰ নেতৃত্বত আছে জীৱবিজ্ঞানী ড০ অভিজিৎ দাস। দলটোত আছে ড০ মনোজ নাইক (পক্ষীবিদ), ড০ বিভাস পাণ্ডৱ (ব্যাঘ্ৰ বিশেষজ্ঞ), ড০ নভেন্দু পেজ (বৃক্ষ নাম বিশেষজ্ঞ), বিবিক সৰকাৰ (পৰুৱাবিদ), ধৃতিমান মুখাৰ্জী (প্ৰশিক্ষিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ), অৱসৰপ্ৰাপ্ত অধ্যাপক (বন্যপ্ৰাণী) সুশূল কুমাৰ দত্ত আদি। তেওঁলোকে বন্যপ্ৰাণী আৰু তথ্যভুক্তিকৰণ, বন্যপ্ৰাণীৰ শব্দ সন্ধান আৰু বৈজ্ঞানিক ফটোগ্ৰাফীৰ ওপৰত এটা জৰীপ সম্পন্ন কৰিব। এয়া পৰৱৰ্তী সময়ত কিতাপ আৰু গৱেষণামূলক প্ৰৱন্ধ হিচাপে প্ৰকাশ কৰা হ’ব।

এই পাৰিপাৰ্শিক অভিযানটোত ছিয়াং নদীৰ উপত্যকাত বন্যপ্ৰাণীৰ ঐতিহাসিক যাত্ৰাপথ সম্পৰ্কেও এটা জৰীপ চলোৱাৰ উদ্দেশ্য আছে।

উল্লেখ্য যে বৃটিছসকলে আবৰ জংঘলত অভিযান চলাইছিল। এই স্থানসমূহক আজি কালি ছিয়াং, পূব ছিয়াং, পশ্চিম ছিয়াং, নামনি ছিয়াং আৰু উজনি ছিয়াং নামেৰে জনা যায়।

দলটো ২২ অক্টোঊৰত পাছিঘাটলৈ উভতি আহি ২৫ অক্টোবৰত অভিযানৰ সামৰণি মাৰিব।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd