• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামাজিক মাধ্যম ত্যাগ কৰিলে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 6:26 pm
সামাজিক মাধ্যম ত্যাগ কৰিলে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে, কিয়?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৬ সংখ্যক জন্মদিনৰ পাছতে বলিউডৰ চুপাৰষ্টাৰ অমিৰখানে আজি ঘোষণা কৰে যে তেওঁ সামাজিক মাধ্যম ত্যাগ কৰিছে।

টুইটাৰযোগে তেওঁ এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে তেওঁৰ অন স্ক্ৰীণ- অফ স্ক্ৰীণৰ বিষয়ে এতিয়াৰে পৰা আমিৰ খান প্ৰডাকচনচৰ অফিচিয়েল চচিয়েল মিডিয়া একাউণ্টসমূহৰ পৰা অনুৰাগীসকলে জানিব পাৰিব।

ইয়াৰ কাৰণস্বৰূপে তেওঁ কয় যে সামাজিক মাধ্যম ত্যাগ কৰাৰ মূলতে হ’ল নিজৰ কামৰ প্ৰতি নিজকে ব্যস্ত ৰখা।

pic.twitter.com/8zPwlB5uO0

— Aamir Khan (@aamir_khan) March 15, 2021

টুইটাৰযোগে দিয়া তেওঁৰ অন্তিম প’ষ্টটোত আমিৰ খানে লিখিছে যে অনুৰাগীসকলৰ মৰমে তেওঁৰ হৃদয় ভৰাই ৰাখিছে।

উল্লেখযোগ্য যে বৰ্তমান আমিৰ খান ‘লাল সিং চাধ্ধা’ নামৰ চিনেমাখনত ব্যস্ত আছে।

তেওঁৰ স’তে কৰীণা কাপুৰেও চিনেমাখনত অভিনয় কৰিছে।

হলিউডৰ ক্লাচিক চিনেমা টম হেংকছৰ ‘ফৰেষ্ট গাম্প’ৰ কাহিনীৰ আলমত চিনেমাখন নিৰ্মাণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm
বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm
বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিহাৰৰ পৰা পশ্চিমবংগক সকীয়নি মোদীৰ

August 22, 2025 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd