• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলে-স্থলে-আকাশে, সকলোতে মাথোঁ আদানী : গুৱাহাটীত ‘আপ’ ৰ সাংসদ সঞ্জয় সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2023 8:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ৰাজনৈতিক পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে আম আদমি পাট, চমুকৈ আপ। ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনক শাসনৰ পৰা গাদীচ্যুত কৰাৰ ক্ষমতা আছে ৰাইজৰ হাতত।

আগন্তুক ২০২৪ ৰ নিৰ্বাচন হ’ল দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষাৰ যুজ। বৰ্তমান দেশত বিজেপি চৰকাৰে ঘৃণা আৰু সাম্প্ৰদাষিক বিষবাষ্প বিয়পাই, আদানিৰ দৰে পুঁজিপতি হৈ কাম কৰি দেশখন ধ্বংসৰ মুখলৈ লৈ গৈছে। আজি গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত অনুষ্ঠিত আপৰ ‘নেতৃত্ব বিকাশ সন্মিলন’ত দলটোৰে সহস্ৰাধিক কৰ্মীৰ সন্মুখত উদাত্ত ভাষণেৰে বিজেপি চৰকাৰৰ তুলা-ধূনা দিয়ে সাংসদ তথা বিৰোধী ইণ্ডিয়া গোটৰ সদস্য সঞ্জয় সিঙে।

অসমবাসীয়ে যাকেই সুযোগ দিছে সিয়েই ঠগিছে বুলি ভাষণ প্রসংগত উল্লেখ কৰি সঞ্জয় সিঙে কয় যে প্রথমে অসম গণ পৰিষদে সুদীৰ্ঘ কাল অসমত শাসন চলালে। পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছে ১৫ বছৰ আৰু বৰ্তমান বিজেপি চৰকাৰে ৭ বছৰ ক্ষমতাৰ গাদীত বহি আছে। ইয়াৰ বিনিময়ত কোনোৱে অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ বাবে কাম কৰা নাই। কেৱল ৰাজনৈতিকভাৱে সুবিধা ল’ব পৰাসকলেহে নিজৰ স্বাৰ্থৰ হকে কাম কৰিছে। দিল্লী আৰু পাঞ্জাৱত আপৰ চৰকাৰে কেৱল ৰাইজৰ বিকাশৰ বাবেহে কাম কৰি আহিছে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে দিল্লীত প্রথম ১০ বছৰত ভাল কাম কৰাৰ বাবে দিল্লীবাসীয়ে তৃতীয়বাৰৰ বাবে আপক ক্ষমতাত বহুৱালে। পাঞ্জাৱৰ জনসাধাৰণেও কংগ্ৰেছ আৰু বিজেপিক প্রত্যাখান কৰি আপৰ চৰকাৰ গঠন কৰিলে।

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে যোৱা এবছৰ জনসাধাৰণৰ কল্যাণৰ হকে যিমান কাম কৰিছে সেয়া সকলোৱে দেখিছে। অসমবাসীয়েও যদি আপক কাম কৰাৰ সুযোগ দিয়ে তেন্তে অসমবাসীৰ হকে দিল্লীৰ দৰে উন্নতমানৰ শিক্ষা, স্বাস্থ্য সেৱা, বিনামূলীয়া বিজুলী, খোৱা পানী, যাতায়তৰ সুবিধা আদি ৰাইজৰ হকে কাম কৰিবলৈ আপ সাজু বুলি আশ্বাস দিয়ে সাংসদ গৰাকীয়ে। 

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি সঞ্জয় সিঙে কয় যে অসম চৰকাৰে কৰৰ চেপা আৰু  মূল্যবৃদ্ধিৰে ৰাইজৰ ওপৰত লুণ্ঠন চলাই আহিছে। অত্যাধিক খ৷ণেৰে ৰাজ্যখনৰ অর্থনীতি তললৈ লৈ গৈছে। অসমত বৰ্তমান  ছিণ্ডিকেটৰ চৰকাৰ চলি আছে বুলি উল্লেখ কৰি কয় যে চুপাৰি চিণ্ডিকেট, কয়লা ছিণ্ডিকেটে ছানি ধৰিলে অসম। বিগত সময়ছোৱাত  দিল্লী, পাঞ্জাৱ ৰাজ্য দুখনত উন্নত মানৰ শিক্ষা, স্বাস্থ্য, নিবনুৱা সমস্যা সমাধান, বিনামুলীয়া বিজুলী, পানী, কৰ ৰেহাই আদিৰে সকলো দিশৰে বিকাশৰ পথত আগুৱাই গ’ল। কিন্তু অসমৰ ক্ষেত্ৰত কোনো বিকাশ নহ’ল বুলি কয় সাংসদ গৰাকীয়ে। অসমত দলটোৱে আগন্তুক পঞ্চায়ত, বিধানসভা আদি সকলো নিৰ্বাচনতে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে দলটোৰ কৰ্মকৰ্তা, বিষয়ববীয়া সকলোকে পূৰ্ণ শক্তিৰে কাম কৰি যাবলৈ আহ্বান জনায়।

আজিৰ সন্মিলনত আপৰ উত্তৰ-পূৱৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ভাষণ প্রদান কৰে। আনহাতে সভাৰ আৰম্ভণিতে দলটোৰ প্রতিনিধি সকলে সাংসদ গৰাকীক গুৱাহাটী বিমান বন্দৰ আৰু সন্মিলনৰ আৰম্ভণিতে বিপুল সম্বৰ্ধনা জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd