• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমিপুত্ৰ ঐক্যমঞ্চৰ সৈতে ‘আপ’ৰ বুজাবুজি সম্পন্ন : ৰাভা হাছং স্বায়ত্ত পৰিষদ দখলৰ বাবে সাজু আপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 8:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে আম আদমী পাৰ্টি। আগন্তুক নিৰ্বাচনত পৰিষদ দখলৰ উদ্দেশ্যে দলটোৰ নেতৃত্বই অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ সৈতে মিত্ৰতা সম্পন্ন কৰিছে।

আজি বকো প্ৰেছ ক্লাৱত অনুষ্ঠিত এক যৌথ সংবাদমেলত এই সন্দৰ্ভত বিতংভাৱে অৱগত কৰে আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ লগতে ভূমিপুত্ৰ ঐক্যমঞ্চৰ নেতা মিলন ৰাভাই।

সংবাদমেলত আপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয়, “স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে আপৰ প্ৰাৰ্থী সকলক জয়যুক্ত কৰিব। অহা ১৩ মাৰ্চত আম আদমী পাৰ্টি আৰু ভূমিপুত্ৰ ঐক্যমঞ্চৰ প্ৰথমটো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব। সাধাৰণ মানুহৰ বাবে স্বাস্থ্যসেৱা, শৈক্ষিক খণ্ডৰ উন্নয়ন আৰু জনগোষ্ঠীয় বিকাশৰ স্বাৰ্থত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰে আপৰ সপক্ষে ৰায় দিব। “

দলৰ ৰাজ্যিক উপ সভাপতি তথা মুখ্য মুখপাত্ৰ অনুৰূপা ডেকাৰজাই বিগত বহুদিন ধৰি ৰাভা হাছং এলেকাত সাংগঠনিক কাম-কাজ অব্যাহত ৰখাৰ বিষয়ে সদৰি কৰে। অনাগত দিনত আপে স্বায়ত্ত শাসিত পৰিষদৰ উপৰি ইয়াৰ বাহিৰৰ অঞ্চল সমূহত পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবেও তৎপৰতা আৰম্ভ কৰিছে। আপৰ উন্নয়নৰ ৰাজনীতি জনসাধাৰণে আকোঁৱালি ল’ব বুলি ডেকাৰজাই আশা প্ৰকাশ কৰে।

আনহাতে ভূমিপুত্ৰ ঐক্যমঞ্চৰ নেতা মিলন ৰাভাই কয়, “আমি ৩৬ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম। বুজাবুজিৰ ভিত্তিত আম আদমী পাৰ্টি আৰু অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব। ঐক্যবদ্ধ প্ৰতিদ্বন্দ্বিতাৰ জৰিয়তে আমি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ম।” সংবাদমেলত আপৰ ৰাজ্যিক সম্পাদক (প্ৰশাসনিক) ভিক্টৰ গগৈ, দক্ষিণ কামৰূপ জিলা কমিটীৰ সভাপতি অনিৰুদ্ধ বড়ো আৰু যুটীয়া সম্পাদক জয়ন্ত শইকীয়াও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd