• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2022 3:54 pm
WhatsApp Image 2022-03-10 at 3.28.10 PM
246
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ কোনো চৰকাৰী কাৰ্যালয়তে আৰু মুখ্যমন্ত্ৰীৰ ফটো আঁৰি ৰখা নহ’ব। বৃহস্পতিবাৰে বিজয় স্পষ্ট হোৱাৰ পিছতে ৰাইজৰ  সন্মুখত এইকথা ঘোষণা কৰে আম আদমী পাৰ্টিৰ নেতা তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

তেওঁ কয়,’’পঞ্জাৱৰ চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা কেবল বাবাচাহেব আম্বেদকাৰ আৰু শ্বহীদ ভগৎ সিঙৰ ফটো থাকিব।‘’

উল্লেখ্য যে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ‘সাধাৰণ জনতাৰ মতামতৰ ভিত্তিত’ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে সংগৰুৰৰ দুবাৰৰ সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ; ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভ-ডেৰহাচি!

দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ আপে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে পঞ্জাৱত ক্ষমতা দখল কৰিলে। পঞ্জাৱৰ জনতাই দিয়া দায়িত্ব সততাৰে পালন কৰি যাব বুলি কৈ মানে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনায়।

পঞ্জাৱৰ ধুৰি বিধানসভা সমষ্টিৰ পৰা ৬৪শতাংশতকৈয়ো অধিক ভোট লাভ কৰি ভগৱন্ত মান বিজয়ী হৈছে।

ভগৱন্ত মানে লগতে জানিবলৈ দিয়ে যে তেওঁ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সৈতে আলোচনা কৰি পঞ্জাৱৰ বিকাশৰ ৰূপৰেখা প্ৰস্তুত কৰিব।

ইপিনে, কেজৰিৱালে পঞ্জাৱত আপৰ বিজয়ক সাধাৰণ জনতাৰ বিপ্লৱ বুলি অভিহিত কৰিছে।

Recent News

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd