• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত আছাৰ প্ৰতিবাদী সমদল, মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 21, 2020 5:13 pm
AASAA takes out protest rally in Bokakhat
278
VIEWS
Share on FacebookShare on Twitter

বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাত সমষ্টিৰ এলানি সমস্যাৰ লগতে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদানকে ধৰি ন দফীয়া দাবীৰে আজি বোকাখাতত এক প্ৰতিবাদী সমদল উলিওৱা হয়৷

বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী সমদলে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্য মন্ত্ৰীলৈ বুলি বোকাখাতৰ দণ্ডাধীশৰ হাতত অৰ্পণ কৰে৷

ছাত্ৰ সংগঠনটোৰ মতে আদিবাসী সকলক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদানৰ লগতে আদিবাসীৰ জাতিৰ প্ৰমান পত্ৰত চাহ বাগিছাৰ শ্ৰমিক বা টি জি এল অথবা এক্স টি জি এল লিখা বন্ধ কৰিবৰ বাবেও দাবী জনায়৷

লগতে চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকা কৰা, চাহ বাগিছাৰ চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্চ ৰখাৰ ব্যৱস্থা কৰা, ভুমিৰ পট্টা প্ৰদান কৰা, আদিবাসী অধ্যুসিত অঞ্চলত অবৈধ সুৰাৰ বিক্ৰী বন্ধ কৰা আৰু আদিবাসী এলেকাৰ ৰাস্তা-পদুলিৰ ব্যৱস্থা উন্নত কৰা বাবেও ছাত্ৰ সংগঠনটোয়ে দাবী জনায়৷

আদিবাসী হিতাধিকাৰী সকলৰ নামত অহা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মানত বোকাখাত সমষ্টিৰ বিভিন্ন পঞ্চায়তত চলা দুৰ্নীতি আৰু ঠিকাদাৰৰ দালালি বন্ধ কৰাৰ বাবেও ছাত্ৰ সংগঠনটোয়ে আজি দাবী জনায়৷

লগতে দুৰ্গা পূজাৰ আগে আগে চাহ বাগিছাৰ শ্ৰমিক সকলক ২০ শতাংশ বোনাছ আদায় দিবৰ বাবেও আজি দাবী জনায় বোকাখাত আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই৷

কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ আদিবাসী অধ্যুষিত অঞ্চলত ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনিত চলা অবাধ দুৰ্নীতি নিয়ন্ত্ৰনত বিধায়ক হিচাবে মন্ত্ৰী অতুল বৰা ব্যৰ্থ হোৱাৰ বাবে মন্ত্ৰী গৰাকীক ধিক্কাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd