• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ মদ, মাংস, টকা বিতৰণৰ অভিযোগ; আছু নেতাকে ধৰি কেইবাজনক প্ৰহাৰ বিজেপি কৰ্মীৰ

ঘটনাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা থানাত আছুৰ বিক্ষোভ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
March 27, 2021 6:43 am
Videoframe_20210326_222522_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

259
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে সন্ধিয়া আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি চিণ্টু গগৈ সহ ৫ জনক বিজেপি নেতাৰ দ্বাৰা প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হয়।

প্ৰহৃত অন্যান্য আছু কৰ্মী সকল হ’ল অভিশেষ বৰুৱা আৰু পিংকু শইকীয়া। তেওঁলোকৰ সতে আছিল ৰাতুল দুৱৰী আৰু প্ৰাঞ্জল প্ৰতীম বৰুৱা নামৰ দুজন যুৱক।

মাৰ্ঘেৰিটাৰ বিজেপি সমৰ্থক ক্ৰমে প্ৰদীপ সিং, মঞ্জিৎ কোঁ‌চ, কাজল তাচা, নিৰ্মল উৰাং, ৰমজান আলী, বিতোপন শৰ্মা, শ্যাম গোৱালা, দিলীপ সন্দিকৈসহ শতাধিক লোকে দিৰক চাহ বাগিচাৰ বালিজানত মদ, মাংস, টকা বিতৰণ কৰি থকা অৱস্থাত  বাধা দিওঁ‌তেই আছু কৰ্মীৰ ওপৰত জপিয়াই পৰে।

ঘটনাৰ খবৰ পাইয়েই মাৰ্ঘেৰিটাত উপস্থিত হোৱা শতাধিক আছু নেতা-কৰ্মীয়ে ইতিমধ্যে আছু নেতা-কৰ্মীসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আনে।

মাৰ্ঘেৰিটা থানাত ঘটনাৰে জড়িত বিজেপি নেতা-কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

এই সন্দৰ্ভত আছুৰ জিলা সভাপতি ৰাজা বলিমৰাই কয় যে আৰক্ষীয়ে এঘন্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আছু ক্ষান্ত নাথাকে।

আনহাতে, দোষীক গ্ৰেপ্তাৰ নকৰিলে পথ অৱৰোধৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্টু গগৈয়ে জানিবলৈ দিয়ে।

বাতৰি লেখা সময়লৈকে মাৰ্ঘেৰিটা আৰক্ষী থানাত পৰিস্থিতি উত্তপ্ত হৈ থাকে।

Tags: Assam Election

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd