• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আছুৰ বিক্ষোভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2021 1:57 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামুলপুৰৰ পৰা দীপক কুমাৰ পাঠক:অত্যাৱশ্যকীয় খাদ্য- সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১-৩০ বজাত কুমাৰীকাটাত বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়।

আছুৰ কৰ্মকৰ্তা সকলে হাতে হাতে প্লে-কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায়-হায়, যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী হুচিয়াৰ, অসম চৰকাৰ হায়-হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আদি শ্লোগানেৰে কুমাৰীকাটাৰ ৰাজপথ কঁপাই তোলে।

এই কাৰ্য্যসুচীত বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, সহকাৰী সম্পাদক ডুলুজিৎ দাস, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণকৃষ্ণ দাসৰ লগতে শতাধিক আছুৰ কৰ্মী উপস্থিত থাকে।

বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলাম:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী পালন কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ ভৱন তথা বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ৰ সন্মুখত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

অত্যাৱশ্যকীয় সামগ্ৰী ৰন্ধন গেছ, চিলিণ্ডাৰ, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্য্যসূচী গ্ৰহণ কৰে প্ৰতিবাদ কাৰী সকলে ।

টিয়কৰ  পৰা নিৰ্মলেন্দু পাঠক:আজি ৰাজ্যজুৰি আছুৰ আহ্বানত প্ৰত্যেক আঞ্চলিকত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ আজি টীয়ক আঞ্চলিক ছাত্ৰ সন্থায়ো টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

চৰকাৰখনে প্ৰতিদিনেই ন ন আঁচনি ঘোষণা কৰি প্ৰকৃততে সাধাৰণ জনতাৰ মুৰত যি ৰামটাঙুন সুধাইছে তাক ৰাইজক অনুধাৱন কৰি অনাগত বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক আৰু টি এম পি কে ই পূৰ্ণ সমৰ্থন আগবঢ়ায়।

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন : পুনৰ চৰকাৰ বিৰোধী শ্ল’গানত কপিল গোলাঘাট চহৰ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি  ৰূপায়ণ  কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । গোলাঘাটতো আজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অত্যাৱশ্যকীয় সামগ্ৰী চাউল,দাইল,পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ চিলিণ্ডাৰ আদি সন্মুখত এই প্ৰতিবাদ সাৱ্যস্ত কৰে  ছাত্ৰ সংগঠনটোৱে।অসম চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই , বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে  উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l

অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা  ৰাজ্য চৰকাৰক  ধিক্কাৰ জনাই ছাত্র সংগঠনটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd