• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ দাবী আছুৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 21, 2018 7:08 am
20-08-18 Gohpur- AASU Members at Border check post (2)

অবৈধ অনুপ্রবেশৰ সম্ভাৱ্য পৰিস্থিতিৰ বুজ ল'বলৈ অসম-অৰুণাচল সীমান্তত উপস্থিত আছুৰ এটি দল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম অৰুণাচল সীমান্তত অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিয়াৰ বাবে আছুৰ বিষয়ববীয়াসকলৰ আৰক্ষী প্ৰশাসনৰ সৈতে গহপুৰত সোমবাৰে এখন বৈঠক অনুষ্ঠিত হয়। অৰুণাচলৰ পৰাই হওঁক অথবা আন কৰবাৰ পৰাই হওঁক অসমত যাতে কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে বিভিন্ন কৌশলেৰে চল বুজি  প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গহপুৰ আৰক্ষী তথা প্ৰশাসনৰ সৈতে গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উল্লেখ্য যে বৰ্তমান  আপছুৱে “অপাৰেচন ক্লীন ড্ৰাইভ” স্থগিত ৰাখিছে যদিও ৰাজ্যখনত অৱৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰাটো সম্ভৱ বুলি দাবী কৰিছে আছুৱে। ইয়াৰ পূৰ্বে যোৱা চাৰি আগষ্টত গহপুৰ প্ৰশাসনক এখনি স্মাৰক প্ৰত্ৰৰ জৰিয়তে আছুৱে গহপুৰৰ ৰাজগড় (হোলেংগী) হৈ অৱধৈ বিদেশী অসমত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল।

ইপিনে আৰক্ষী প্ৰশাসনৰ ওপৰতে ভৰসা নকৰি গহপুৰৰ ৰাজগড় (হোলেংগী) ৰ সাম্প্ৰতিক পৰিবেশৰ বুজ ল’বৰ বাবে গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ ৩০ জনীয়া বৃহৎ এটি দল উক্ত স্থানত উপস্থিত হয়।

আনহাতে, সীমান্তৰ  নিৰাপত্তাৰ ক্ষেত্ৰত আছুৱে যোৱা চাৰি আগষ্টত স্মাৰক পত্ৰ দিয়াৰ পিছতো আৰক্ষীৰ ভূমিকা সন্তোষজনক নোহোৱাৰ অভিযোগ তুলি গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষী প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবে আজি এনেদৰে আছু হোলেংগীত উপস্থিত হৈ নিৰাপত্তা বেষ্টনিৰ বুজ ল’বলৈ বাধ্য হৈছে।

এই সন্দৰ্ভত আমাৰ নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই কয়, ‘’ সীমান্তত প্ৰবেশ কৰা নাগৰিক বৈধ নাগৰিক হয় নে নহয় এই বিষয়ত  কোনো প্ৰৱেশকাৰীৰ  নথি পত্ৰ পৰীক্ষণ কৰাৰ অধিকাৰ আমাৰ নাই, কাৰণ এই অধিকাৰ কেৱল সীমান্ত আৰক্ষী তথা প্ৰশাসনৰহে আছে। কিন্তু প্ৰশাসনৰ ভূমিকা সন্তোষজনক  নোহোৱা বাবে আমি ব্যৱস্থা ল’বলৈ বাধ্য হম বুলি যোৱাকালি সংবাদ মাধ্যমৰ আগত সদৰী কৰিবলৈ বাধ্য হৈছিলো। এতিয়া আমি অনুৰোধ জনাইছো যাতে এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত  আৰক্ষী আৰু জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বিষয়টোত গুৰুত্ব আৰোপ কৰি যথোপযুক্তভাৱে পদক্ষেপ গ্ৰহণ  কৰে।‘’

এই মন্তব্যৰ দ্বাৰা এফালৰ পৰা আৰক্ষী প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছিল বুলি সাধাৰণ সম্পাদক গৰাকীয়ে অৱগত কৰিছে। এই মন্তব্যক লৈ কোনো তৃতীয় পক্ষই যাতে বিতৰ্ক সৃষ্টি কৰি পৰিবেশ অশান্ত নকৰে তাৰ বাবে ছাত্ৰ নেতা গৰাকীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৱে  তীব্ৰ দাবী জনোৱাৰ পিছত অসম অৰুণাচল সীমান্তৰ চেক গেটসমুহত সোমবাৰৰে পৰা আৰক্ষী প্ৰশাসনৰ ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd