• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব অৰাজনৈতিক সংগঠনক প্ৰদানৰ আহ্বান “আটছা”ৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
October 25, 2021 10:45 am
IMG-20211025-WA0026

ফটো: নৰ্থইষ্ট নাও।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

AATSA appeals to the Govt. বোকাখাতৰ সত্যনাৰায়ণ সেৱা সদনৰ প্ৰেক্ষাগৃহত দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু চাহ জনগোষ্ঠীৰ প্ৰায় ৫৯ টা জাতি সমাজৰ এক গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ধীৰাজ গোৱালাই। স্মৃতি তৰ্পণ কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই।

পৰৱৰ্তী সময়ত আটছাৰ সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত আৰম্ভ হয় চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ সম্পৰ্কে প্ৰায় ৫৯ টা জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপুৰ্ণ বৈঠক ৷

বৈঠকত অসম চৰকাৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ কৰ্তৃত্ব এক অৰাজনৈতিক তথা জনগোষ্ঠীটোৰ সকলো সমাজৰ গ্ৰহণযোগ্য এক সংগঠনক প্ৰদান কৰিব লাগে বুলি আটছাই প্ৰস্তাৱ আগবঢ়ায় ৷

আটছাৰ এই প্ৰস্তাৱৰ প্ৰতি সভাত উপস্থিত সকলোৱে সমৰ্থন জনায় আৰু উক্ত সংগঠনটো ৰাজনৈতিক প্ৰভাৱ মুক্ত হ’ব লাগে বুলি মত প্ৰকাশ কৰে।

এই ক্ষেত্ৰত অহা নবেম্বৰ মাহৰ ভিতৰত সকলোবোৰ জাতি সমাজক একত্ৰিত কৰি এক অভিৱৰ্তনৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব লগীয়া জনগোষ্ঠীটোৰ জাতিগত প্ৰমাণ পত্ৰৰ কৰ্তৃত্ব প্ৰদানৰ বাবে অসম চৰকাৰক দাবী জনাবলৈ আটছাক দায়িত্ব গ্ৰহণ কৰিবলৈ সভাই আহ্বান জনায় ৷

বৈঠকত বিশিষ্ট লেখক তথা সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, মানিকলাল মাহাতো, জননী বাৰ্তা কাকতৰ সম্পাদক মাখনলাল বাঢ়ৈ আদি বিশিষ্ট লোকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাজনো প্রাক্তন বিষয়ববীয়াও উপস্থিত থাকে ৷

এই অনুষ্ঠানত সদৌ অসম কুড়ুক (ওৰাওঁ) সমাজ, কুৰ্মী সমাজ, উড়িয়া সমাজ, মুণ্ডা সমাজ, চাওঁৰা, সমাজকে ধৰি প্ৰায় ৫৯টা জাতি সমাজে অংশ গ্রহণ কৰে। 

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd