• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমীক্ষাৰ দাবী: ঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 8:10 am
114
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ আসনখনত ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে ঋষি ছুনাকক বহাটো বিচাৰে। এটা বহুজাতিক কোম্পানীৰ জনমত সমীক্ষাই এই দাবী কৰিছে। সমীক্ষাটোৱে লগতে দাবী কৰিছে যে তেওঁ প্ৰধানমন্ত্ৰী পদৰ দৌৰত আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক পিছ পেলাইছে। বৰিছৰ ভাগ্যত মিলিছে মাত্ৰ ২৭ শতাংশ ভোট।

লিজ ট্ৰাছৰ পদত্যাগৰ পিছত ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নাম উঠি আহিছে ঋষিৰ। অৱশ্যেবৰিছে আনুষ্ঠানিকভাৱে এই কাম কৰা নাই। ‘অ’পিনিয়াম’ নামৰ সংস্থাটোৱে কৈছে যে ব্ৰিটেইনৰ ১,০০৫ জন লোকৰ জৰীপত বেছিভাগ লোকে ঋষিক বৰিছতকৈ আগুৱাই ৰাখিছে। সংখ্যাৰ ক্ষেত্ৰত ই হৈছে ৪৫ শতাংশ।

লগতে পঢ়ক: বিৰাট বন্দনা! ‘এজন বহুত ডাঙৰ খেলুৱৈ’;, মহাযুদ্ধত পৰাজিত হোৱাৰ পিছতো কোহলিৰ প্ৰশংসাত বাবৰ

দেশখনৰ ৪০ শতাংশ লোকে বিশ্বাস কৰে যে ব্ৰিটেইনৰ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ ঋষি সঠিক প্ৰাৰ্থী। মুঠতে ১৭ শতাংশই বৰিছক এই দায়িত্বত চাব বিচাৰে। সমীক্ষা অনুসৰি, বেছিভাগ নাগৰিকে এইটোও ভাবে যে ব্ৰিটিছ সংসদৰ ৰিচমণ্ড সমষ্টিক প্ৰতিনিধিত্ব কৰা ঋষি হৈছে ১০ ডাউনিং ষ্ট্ৰীটৰ বাবে আটাইতকৈ যোগ্য দাবীদাৰ।

প্ৰসংগক্ৰমে ঋষিয়ে কৈছে যে তেওঁ ব্ৰিটেইনৰ অৰ্থনীতিক সংকটৰ পৰা মুক্ত কৰিবলৈ পুনৰ প্ৰধানমন্ত্ৰীপদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে। তেওঁ দাবী কৰিছে যে কনজাৰ্ভেটিভ পাৰ্টিৰ ১৩০ জনতকৈও অধিক সাংসদৰ সমৰ্থন আছে। আনহাতে, বৰিছে জনায় যে ৫৮ জন সাংসদে তেওঁক ৰাজহুৱাভাৱে সমৰ্থন জনাইছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd