• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাণক্যৰ মতে জীৱনত এই ৩টা কামৰ পৰা বিৰত থকা উচিত; নহ’লে জীৱন বিপন্ন হোৱাটো নিশ্চিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 7:10 am
12.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দাৰ্শনিক চাণক্যই ভাৰত আৰু বিশ্বৰ ইতিহাসত বিশেষ ভূমিকা পালন কৰি আহিছে। চাণক্য বাণীয়ে বহু বছৰ ধৰি সমাজ আৰু মানুহৰ জীৱনক সঠিক দিশত আগুৱাই নিয়াৰ পথ দেখুৱাই আহিছে আৰু অনাগত দিনত তেওঁৰ প্ৰতিটো কথাই মানুহক নিজৰ জীৱনটোক উন্নত ৰূপত আগুৱাই নিয়াত সহায় কৰিব।

চাণক্যই সদায় মানুহক এনে তিনিটা কামৰ পৰা বিৰত থাকিবলৈ কৈছিল যিবোৰে মানুহৰ জীৱন বিপন্ন কৰাটো নিশ্চিত।

* অবৈধ সম্পৰ্ক:- যিকোনো ধৰণৰ অবৈধ সম্পৰ্কই জীৱনত কেতিয়াও কাৰো বাবে সুখ আৰু শান্তি কঢ়িয়াই আনিব নোৱাৰে। চাণক্যই সকীয়াই দিয়ে যে যদি তেওঁ কোনো অবৈধ সম্পৰ্কত লিপ্ত হয় তেন্তে ব্যক্তিজনৰ জীৱন চূড়ান্ত সৰ্বনাশ নামি আহিব। অবৈধ সম্পৰ্কৰ যন্ত্ৰণা গোটেই জীৱন ভোগ কৰিবলগা হয়।

* প্ৰৱঞ্চনা কৰি টকা উপাৰ্জনৰ পৰা বিৰত থকা:- ঠগাই টকা উপাৰ্জন কৰিলে নিজকে সুখী অনুভৱ হ’ব পাৰে। কিন্তু এই সুখ কেতিয়াও বেছি দিন নাথাকে। ঠগি  উপাৰ্জন কৰা ধনো বেছি দিন নাথাকে।

* বন্ধুত্যাগ:- যিজন ব্যক্তি সঁচাকৈয়ে বুদ্ধিমান তেওঁ নিজৰ প্ৰকৃত বন্ধুক চিনি পায়। এজন জ্ঞানী মানুহে কেতিয়াও প্ৰকৃত বন্ধুক ত্যাগ নকৰে। প্ৰকৃত বন্ধুক পৰিত্যাগ কৰিলে জীৱনত দুৰ্যোগ কাষ চাপিব পাৰে। কাৰণ এজন প্ৰকৃত বন্ধু আমাৰ প্ৰকৃত শুভাকাংক্ষী।

প্ৰকৃত বন্ধু কেৱল সুখৰ সময়তে নহয় বিপদৰ সময়তো আমাৰ কাষত থাকে। গতিকে বন্ধুৱে কোনো কঠোৰ কথা ক’লেও মনত ৰাখিব যে সেয়া আপোনাৰ ভালৰ বাবেই কৈছে। বেয়া মানুহৰ লগত বন্ধুত্ব কৰিলে অসৎ সংগত আপোনাৰ বুদ্ধিমত্তা অতি সোনকালে নষ্ট হ’ব।

Recent News

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

এটা যুগৰ অন্ত! বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd