• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূব বিহাৰৰ বিজেপি বিধায়কৰ বাবে এক্ট ইষ্ট পলিচিৰ নামত শাৰিৰীক ক্ষুধা নিবাৰণৰ দুৱাৰমুখ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 4:05 pm
bjp-mla-nanga

ফটো : ইম্ফল টাইমছৰ সৌজন্যত

2k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰীৰ কামত মণিপুৰলৈ অহা বিহাৰৰ বিধায়ক এগৰাকী মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সৈতে সংলগ্ন ম’ৰে চহৰত একাংশ কিশোৰীৰ সৈতে যৌন উত্তেজক নৃত্য উপভোগ কৰি থকা দৃশ্য কেমেৰাত বন্দী হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইম্ফল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি বিধায়কগৰাকীক সীমান্ত চহৰখনৰ ম্যানমাৰৰ দিশত অৱস্থিত এটা কোঠাত ছোৱালীকেইজনীৰ সৈতে নৃত্যত মচগুল হৈ থকা দেখা যায়।

বিহাৰ বিধানসভাৰ আভ্যন্তৰীণ সম্পদ তথা কেন্দ্ৰীয় সাহায্য বিষয়ক সমিতিৰ সদস্য বিধায়কগৰাকীয়ে বিগত সপ্তাহত মণিপুৰলৈ আহিছিল।

bjp-nanga
ফটো : ইম্ফল টাইমছৰ সৌজন্যত

উক্ত সমিতিখনত বিজেপি বিধায়ক শচীন প্ৰসাদ সিং, জে ডি (য়ু) বিধায়ক ৰাজ কুমাৰ ৰাই, আৰ জে ডি বিধায়ক শিৱচন্দ্ৰ ৰাম সদস্য হিচাপে আছে। দলটোক নেতৃত্ব দিছিল এগৰাকী আৰ জে ডি বিধায়ক যদুবংশ কুমাৰ যাদবে।

এই ৰাজনীতিক কেইজনে যোৱা ১ জুনত ম’ৰে ভ্ৰমণ কৰিছিল। তেওঁলোকে ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত ৰূপায়িত কামৰ পৰ্যালোচনা কৰিবলৈ সীমান্ত চহৰখনত উপস্থিত হৈছিল।

অৱশ্যে, প্ৰকৃত সত্যটো হ’ল যে ভ্ৰমণ তথা থকা খোৱাৰ বাবে বিহাৰৰ ৰাজ্যিক কোষাগাৰৰ ধন ব্যয় কৰি বিহাৰৰ পৰা মণিপুৰলৈ এক চৰকাৰী ভ্ৰমণসূচী লৈ অহা ৰাজনীতিক কেইজনে তেওঁলোকৰ আচল কামৰ পৰিৱৰ্তে নিকৃষ্ট কামত প্ৰবৃত্ত হোৱাহে দেখা পোৱা গ’ল।

তদুপৰি, বিহাৰৰ বিধায়ক কেইগৰাকীকো মণিপুৰ বিধানসভাৰ কৰ্মচাৰীয়েই পথ নিৰ্দেশনা দেখুৱাইছিল।

দেশখনৰ বিখ্যাত ৰাজনৈতিক নেতা এনেধৰণৰ বহু নিকৃষ্ট কাণ্ডত বহু বছৰৰ পৰা জড়িত হৈ আহিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd