• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত জাপানীজ এনকেফেলাইটিছ (JE) ৰোগে পুনৰ ভয়ংকৰ ৰূপ লৈছে। কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)-তেই ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা ৪ জুলাইলৈকে এই ৰোগত ১৩ জন ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে।

GMCH-ৰ উপ-অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মাই জনোৱা অনুসৰি, এই সময়ছোৱাৰ ভিতৰত মুঠ ৫০ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীক GMCH-ত ভৰ্তি কৰা হৈছিল। ইয়াৰে ৬ জন সুস্থ হৈ ঘৰলৈ গ’ল, আনহাতে ৩ জন চিকিৎসাৰ পৰামৰ্শ মানি নচলাকৈ চিকিৎসালয় এৰি গ’ল। বাকি ৰোগীসকলৰ ভিতৰত ১৩ জনে প্ৰাণ হেৰুৱায়।

Apply Now

চিকিৎসালয় সূত্ৰৰ মতে, আক্ৰান্তসকলৰ ভিতৰত ১৪ জন কামৰূপ (গ্ৰাম্য), ১০ জন নলবাৰী, আৰু ৭ জন দৰং জিলাৰ বাসিন্দা। লগতে কামৰূপ (মেট্ৰ’)-ৰ ৩ জন ৰোগীও এই তালিকাত আছে। এই পৰিসংখ্যাই পৰিষ্কাৰকৈ সূচায় যে ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছ ৰ সংক্ৰামক অৱস্থা বিদ্যমান।

উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ এনে এক ৰোগ, যি মূলতঃ ক্যুলেক্স প্ৰজাতিৰ মহৰ জৰিয়তে বিয়পে। এই মহ সাধাৰণতে গাঁও অঞ্চলৰ পঁচা পানী, দোলা-ডবিত প্ৰজনন কৰে। গাহৰি আৰু অৰ্দ্ধজলচৰ চৰাই এই ভাইৰাছৰ প্ৰাকৃতিক বাহক হিচাপে কাম কৰে। যদিও এই ৰোগ মানুহৰ পৰা মানুহলৈ বিয়পি নাযায়, তথাপিও একবাৰ আক্ৰান্ত হ’লে মস্তিষ্কলৈ প্ৰভাৱ পেলাই আৰু আক্ৰান্তৰ মৃত্যুৰ হাৰ বেচি।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে অসমত মুঠ ৮৪০ ৰো অধিক লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে। ২০১৯ চনত কেৱল এটা বছৰতে ১৬১ জন ৰোগীৰ মৃত্যু হৈছিল, যিটো এই সময়সীমাৰ ভিতৰত আটাইতকৈ বেছি মৃত্যুৰ সংখ্যা আছিল।

এই ৰোগ কেৱল অসমতে সীমাবদ্ধ নহয়। সেয়েৱ দেশোজুৰি সতর্কতা জাৰী কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহত দিল্লীৰ উত্তম নগৰত এজন ৭২ বছৰীয়া বয়স্ক ৰোগীৰ শৰীৰতো জাপানীজ এনকেফেলাইটিছ ধৰা পৰিছিল, যদিও স্বাস্থ্য বিভাগে স্পষ্টকৈ জানিবলৈ দিছিল যে দিল্লীত এই ৰোগৰ কোনো মহামাৰীৰ প্ৰাদুৰ্ভাৱ নাই।

অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে বিশেষকৈ উচ্চ সম্ভাবনা পূৰ্ণ অঞ্চলসমূহত টিকাকৰণ অভিযান, আগতীয়াকৈ ৰোগ ধৰা-পৰা ব্যৱস্থা আৰু মহ নিয়ন্ত্ৰণমূলক কাৰ্যসূচী অধিক জোৰদাৰ কৰা হৈছে বুলি জানিবলৈ দিছে। জনসাধাৰণো সচেতন থকাটো অতন্ত্য প্ৰয়োজন, বিশেষকৈ যাতে পচা পানী জমা নহয়, মহৰ পৰা সতৰ্কতা, আৰু লক্ষণ দেখা দিলেই তৎক্ষণাত চিকিৎসকৰ সৈতে পৰামৰ্শ কৰাৰ আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd