• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘণ্টাত ১৮০ কিলোমিটাৰ গতিত গাড়ী দুৰ্ঘটনা; অলপৰ বাবে প্ৰাণ ৰক্ষা জনপ্ৰিয় অভিনেতা অজিতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2025 1:01 pm
2.8k
VIEWS
Share on FacebookShare on Twitter

গাড়ী দুৰ্ঘটনাত পতিত হৈছে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা অজিত কুমাৰ। কেইদিনমানৰ পিছত অনুষ্ঠিত হ’ব ‘ডুবাই ২৪ আৱাৰ ৰেচ’। ইয়াত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে অজিতে। মঙলবাৰে অনুশীলন কৰি থকাৰ সময়তে তেওঁৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়; তেওঁৰ গাড়ীখন ছিন্নভিন্ন হৈ পৰিছে।

বাতৰি অনুসৰি, অজিত কুমাৰে অনুশীলন কৰি থকা গাড়ীখনৰ ক্ষতি হৈছে যদিও অভিনেতাজনৰ কোনো ক্ষতি হোৱা নাই।

অজিত কুমাৰৰ মুখপাত্ৰ সুৰেশ চন্দ্ৰই কয় যে অহা ১১ জানুৱাৰীত এই ৰেচ অনুষ্ঠিত হ’ব। ইয়াত অংশগ্ৰহণ কৰাৰ আগতে অজিতে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰে। প্ৰথম ছেছনত তেওঁৰ গাড়ীখনে বাউণ্ডেৰীত খুন্দা মাৰে। গাড়ীৰ সন্মুখভাগ ছিন্নভিন্ন হৈ পৰে। বুধবাৰে পুনৰ অনুশীলন আৰম্ভ কৰে অজিতে।

বাতৰি অনুসৰি, ‘ডুবাই ২৪ আৱাৰ ৰেচ’ প্ৰতিযোগিতাৰ নিয়মসমূহ হ’ল-২৪ ঘণ্টীয়া ৰিলে ৰেচ। প্ৰতিজন চালকে ৬ ঘণ্টা গাড়ী চলাব লাগিব। অজিতে তাৰ বাবে অনুশীলন কৰি আছিল। সেই সময়ত তেওঁৰ গাড়ীখন ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত চলি আছিল; তেতিয়াই অভিনেতাগৰাকীয়ে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

চিনেমাৰ বাহিৰেও অজিত কুমাৰৰ গাড়ী আৰু মটৰ চাইকেলৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। তেওঁ এজন পেছাদাৰী ৰেচাৰ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। নেপাল, ভূটান আৰু ইউৰোপৰ কেইবাখনো দেশ ভ্ৰমণ কৰিছে অভিনেতাগৰাকীয়ে।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd