• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অপৰাধত জনপ্ৰিয় অভিনেতাক ৩০ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 12:31 pm
অভিনেতা ডেনি মাষ্টাৰছন। ফাইল ফটো: সংগ্ৰহীত।

অভিনেতা ডেনি মাষ্টাৰছন। ফাইল ফটো: সংগ্ৰহীত।

11.9k
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ জনপ্ৰিয় অভিনেতা ডেনি মাষ্টাৰছনক দুগৰাকী মহিলাক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। বৃহস্পতিবাৰে লছ এঞ্জেলছ উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।

বাতৰি অনুসৰি, ২০০৩ চনত অভিনেতাগৰাকীয়ে হলিউড হিলছৰ ঘৰত ২৩ আৰু ২৮ বছৰীয়া দুগৰাকী মহিলাক ড্ৰাগছ সেৱন কৰি ধৰ্ষণ কৰিছিল। তেওঁলোকে ডেনিৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে। যোৱা মে’ মাহৰ শুনানিৰ সময়ত আদালতত এই অভিযোগ প্ৰমাণিত হৈছিল।

লগতে পঢ়ক: বনকৰা মহিলাক অকথ্য নিৰ্যাতন: পলাতক আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পন, গ্ৰেপ্তাৰ আৰক্ষীৰ

ন্যায়াধীশ চাৰ্লিন ওমেডোৰ ৰায়দানৰ পিছতে অভিনেতাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও ডেনিৰ প্ৰাক্তন প্ৰেমিকাইও অভিযোগ কৰিছিল যে ডেনিয়ে ২০০১ চনত তেওঁক ধৰ্ষণ কৰিছিল। কিন্তু তেওঁৰ অভিযোগ প্ৰমাণিত নহ’ল।

২০১১ চনত ডেনিয়ে অভিনেত্ৰী বিজো ফিলিপছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আদালতত উপস্থিত আছিল পত্নী বিজোও। ৰায়দানৰ পিছত তেওঁ কান্দোনত ভাঙি পৰে। কিন্তু গোটেই শুনানিৰ সময়ছোৱাত ডেনি সম্পূৰ্ণ নিৰৱ হৈ আছিল। অৱশ্যে আৰম্ভণিৰে পৰাই তেওঁ নিজক নিৰ্দোষী বুলি দাবী কৰি আহিছে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd