• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলিউদ অভিনেতা ইৰফান খানৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2020 12:43 pm
820
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ এগৰাকী অন্যতম বহুমুখী প্ৰতিভাৰ অধিকাৰী অভিনেতা ইৰখান খানৰ আজি মৃত্যু হয়। ৫৪ বছৰীয়া ইৰফানে মুম্বাইৰ কোকিলাবেন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে পেটৰ গুৰুতৰ সমস্যাত ভুগি থকা ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল।

পদ্মশ্ৰী সন্মানৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে পৰিচালক সুজীত সৰকাৰে। তেওঁ এটা টুইটত কয় যে ‍মোৰ প্ৰিয় বন্ধু ইৰফান। তোমাক লৈ মই সদাই গৌৰৱ কৰিম, আমি পুনৰ লগ হম। ঔম শান্তি। চালাম ইৰফান খান।

উল্লেখ্য যে, যোৱা বছৰ (২০১৯) ইৰফান খানে লণ্ডনৰ পৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ ভাৰতলৈ আহিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিয়মিতভাৱে মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল।

‍‘লাইফ অফ এ পাই’ৰ দৰে হলিউদৰ ছবিত অভিনয় কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ইৰফানৰ অন্তিমখন ছবি আছিল ইংৰাজী মিডিয়াম। লণ্ডনৰ পৰা চিকিৎসা কৰি উভতি অহাৰ পিছত তেওঁ ছবিখনত কাম কৰিছিল।

ইফালে তেওঁৰ এই মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবৰেকাৰে টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ টুইটত কয়, ‍‘ইৰফান খান এগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি মৰ্মাহত হৈছো। তেওঁ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীক সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি’।

Irfan Khan was a versatile actor. Sorry to hear about his demise. My heartfelt condolences to his family, friends and fans. Om Shanti

— Prakash Javadekar (@PrakashJavdekar) April 29, 2020

বলিউদৰ অন্যতম বহুমুখী প্ৰতিভাৰ গৰাকী ইৰফানৰ মৃত্যু তেওঁৰ অনুৰাগীৰ লগতে উদ্যোগটোৰ কোনো লোকে সহজভাৱে মানি ল’ব পৰা নাই।

ইৰফান খানে অভিনয় কৰা কেইখনমান সফল ছবি হ’ল- লাইফ ইন এ মেট্ৰ’, পান সিং টোমৰ, লাঞ্চ বক্স, হিন্দী মিডিয়াম, ব্লেকমেইল, জুৰাছিক ৱৰ্ল্ড আদি।

Recent News

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

অপাৰেশ্যন মহাদেৱ : সেনাৰ গুলীত নিহত পেহেলগাম কাণ্ডৰ ৩ দুধৰ্ষ সন্ত্ৰাসবাদী

অপাৰেশ্যন মহাদেৱ : সেনাৰ গুলীত নিহত পেহেলগাম কাণ্ডৰ ৩ দুধৰ্ষ সন্ত্ৰাসবাদী

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ: আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতাৰ বিষয়ে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ: আধাৰ কাৰ্ড-ভোটাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতাৰ বিষয়ে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

আমি পাকিস্তানৰ সৈতে শান্তি স্থাপনৰ বাবে আন এটা উপায় গ্ৰহণ কৰিছো : সংসদত ৰাজনাথ সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd