• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেতা প্ৰকাশ ৰাজক ইডিৰ চমন; ১০০ কোটি পঞ্জী কেলেংকাৰীক লৈ কৰা হ’ব জেৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2023 8:10 pm
প্ৰকাশ ৰাজ। ফাইল ফটো।

প্ৰকাশ ৰাজ। ফাইল ফটো।

3.6k
VIEWS
Share on FacebookShare on Twitter

অভিনেতা প্ৰকাশ ৰাজক জেৰাৰ বাবে মাতি পঠিয়াইছে ইডিয়ে। তামিলনাডুৰ এখন স্বৰ্ণ বিপনীৰ বিৰুদ্ধে প্ৰায় ১০০ কোটি টকাৰ পঞ্জী কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকাশ ৰাজে এসময়ত সেই স্বৰ্ণ বিপনীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিছিল। সেই সূত্ৰেই তেওঁক পঞ্জী কেলেংকাৰিৰ সন্দৰ্ভত জেৰাৰ বাবে চেন্নাইৰ ইডি আঞ্চলিক কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে।

প্ৰণৱ জুৱেলাৰ্ছ হৈছে তামিলনাডুৰ ত্ৰিচিত অৱস্থিত এখন স্বৰ্ণ বিপনী। অৱশ্যে তামিলনাডু আৰু পুডুচেৰীৰ অন্যান্য প্ৰান্তত কোম্পানীটোৰ একাধিক শাখা আছে।

ইডিৰ সূত্ৰ অনুসৰি সোণ ক্ৰয় কৰি বিনিয়োগ কৰিবলৈ আৰু ইয়াৰ বিনিময়ত বিপুল ধন ঘূৰাই দিয়াৰ প্ৰলোভিত কৰি স্বৰ্ণ কোম্পানীটোৱে প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰিছে।

লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত ইডিৰ বিষয়াসকলে সংস্থাটোৰ সৈতে জড়িত কেইবাটাও ঘৰত তালাচী চলায়। ইডিয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই বিষয়টোৰ তদন্ত চলাই আছে। এই পৰ্যন্ত তদন্তকাৰীয়ে কিছু নথি-পত্ৰ, প্ৰায় ২৪ লাখ টকা আৰু প্ৰায় ১২ কেজি সোণৰ গহনা উদ্ধাৰ কৰিছে।

Recent News

দাগ লাগিছে! জানি লওক ঘৰৰ পৰা কঠিন পানীৰ দাগ আঁতৰোৱাৰ ফলপ্ৰসূ টিপছ

দাগ লাগিছে! জানি লওক ঘৰৰ পৰা কঠিন পানীৰ দাগ আঁতৰোৱাৰ ফলপ্ৰসূ টিপছ

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd