• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আদানীময় ভাৰত’! এইবাৰ জয়পুৰ বিমান বন্দৰ আদানীৰ হাতলৈ

by
October 10, 2021 8:07 pm
Jaipur International Airport To Adani Group
230
VIEWS
Share on FacebookShare on Twitter

দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিয়াৰ পাছত মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিলে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

ক্ৰমাৎ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘প্ৰাণতম সখা’ আদানীময় হৈ ভাৰত। ইটোৰ পাছত সিটো ৰাজহুৱা সম্পত্তি আদানীক গটোৱাৰ পাছত এইবাৰ জয়পুৰ বিমান বন্দৰৰ স্বত্ব আদানীৰ হাতত তুলি দিলে মোদী চৰকাৰে।

গুৱাহাটী বিমানবন্দৰৰ দায়িত্ব লোৱাৰ দুদিন পিছত এতিয়া আদানি গ্ৰুপে দেওবাৰে নিশাৰ পৰা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্যকলাপ হাতত ল’বলৈ সাজু হৈছে।

বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ বিৰোধিতা স্বত্বেও কেন্দ্ৰীয় কেবিনেটে আদানী গোটৰ হাতত পৰৱৰ্তী ৫০ বছৰৰ বাবে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনা, বিকাশ আৰু ৰক্ষণাবেক্ষণৰ অধিকাৰত অনুমোদন জনাইছে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সঞ্চালক জে এছ বলহাৰাই কয়, “আমি শেহতীয়া বিশ্বমানৰ আন্তঃগাঁথনিৰ সৈতে অতি ভাল অৱস্থাত সম্পূৰ্ণ বিমানবন্দৰটো মেচাৰ্ছ আদানি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডক হস্তান্তৰ কৰিছো।”

মোদী চৰকাৰৰ কৃপাদৃষ্টিত যোৱা দুবছৰত ঈৰ্ষণীয় লাভ অৰ্জন কৰিছে আদানীয়ে। সম্প্ৰতি আদানীৰ সম্পত্তিৰ পৰিমাণ ৫০ বিলিয়ন ডলাৰ।

যোৱা বছৰলৈকে গুজৰাটী ব্যৱসায়ীজনৰ সম্পত্তিৰ পৰিমাণ আছিল ১৬.২ বিলিয়ন ডলাৰ।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd