• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল : উজ্বলি উঠিল ভাৰতৰ অভিনেতা আদৰ্শ গৌৰৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 7:11 am
267
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি ভাৰতৰ এজন প্ৰতিভাৱান অভিনেতা।

‘দ্যা হোৱাইট টাইগাৰ’ নামৰ চিনেমাখনত অভিনয় কৰি অভিনেতা আদৰ্শ গৌৰৱে এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত ‘ৰাইজিং ষ্টাৰ এৱাৰ্ড’ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে আদৰ্শ গৌৰৱে চিনেমাখনৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে ঘোষিত বাফটা আৰু ফিল্ম ইণ্ডিপেণ্ডেণ্ট স্পিৰিট এৱাৰ্ডৰো মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

কভিড-১৯ মহামাৰিৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত হোৱা ফিল্ম ফেষ্টিভেলখনত অস্কাৰ বিজয়ী ‘লাইফ অৱ পাই’ৰ প্ৰযোজক গিল নেট্টাৰ, পৰিচালক জিন মাৰ্ক ভেল্লীকে ধৰি কেইবাজনো আগশাৰীৰ চিনেমা নিৰ্মাতাৰে গঠিত বিচাৰমণ্ডলীয়ে আদৰ্শ গৌৰৱক এই বঁটা প্ৰদান কৰিছে।

বঁটা লাভ কৰি অভিনেতাজনে কয় যে চিনেমাখনত অভিনয় কৰিবলৈ পাই তেওঁ কৃতজ্ঞ।

বুকাৰ বিজয়ী লেখক অৰবিন্দ আদিগাৰ উপন্যাস ‘দ্যা হোৱাইট টাইগাৰ’ৰ আধাৰত চিনেমাখন পৰিচালনা কৰিছে ইৰাণীয়ান-আমেৰিকান পৰিচালক ৰামিন বাহৰানিয়ে।

ইতিমধ্যে বাহৰানিয়ে চিনেমাখনৰ বাবে বাফটা আৰু অস্কাৰৰ মনোনয়নো লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ‘দ্যা হোৱাইট টাইগাৰ’ত আদৰ্শ গৌৰৱে ৰূপায়ন বলৰাম নামৰ চৰিত্ৰটোৱে কেনেদৰে এখন ভিতৰুৱা গাঁৱৰ পৰা আহি ভাৰতৰ এজন সফল উদ্যোগপতি হিচাপে পৰিগণিত হয়, তাক বৰ্ণনা কৰা হৈছে।

তদুপৰি ‘দ্যা হোৱাইট টাইগাৰ’ত নব্য উদাৰীকৰণ নীতিৰ ফলত ভাৰতৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাক উপস্থাপন কৰা হৈছে।

Recent News

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd