• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে দায়িত্ব ল’ব আলোক কুমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 11:27 am
Sri-Alok-Kumar-IAS-570x320
93
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰে।

অহা ১ ছেপ্তেম্বৰত তেওঁ ৰাজ্যৰ বৰ্তমানৰ মুখ্য সচিব টি ৱাই দাসৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ১৯৮৪ বৰ্ষৰ আই এ এছ বিষয়া আলোক কুমাৰ ২০১৪ চনত দেশৰ শীৰ্ষ দুৰ্নীতি বিৰোধী শাখা চেণ্ট্ৰেল ভিজিলেঞ্চ কমিচন (চি ভি চি)ৰো সচিব আছিল। বৰ্তমান তেওঁ অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগ, পি ডব্লিউ ডি আৰু বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে।

আনহাতে ১৯৮২ বৰ্ষৰ আই এ এছ বিষয়া টি ৱাই দাসে ২০১৮ চনৰ ১ মাৰ্চত অসমৰ মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি দাসে অসম প্ৰশাসনিক ন্যায়াধিকৰণ আৰু অসম ৰাজহ বৰ্ডৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আলোক কুমাৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই গৃহ বিভাগ আৰু আনজন অতিৰিক্ত মুখ্য সচিব ৰাজীব বৰাই বিত্ত বিভাগৰ দায়িত্ব ল’ব।

Recent News

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছেৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd