• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2023 7:53 am
আদিত্য এল ১য়ে তোলা সূৰ্যৰ ফটো। সৌজন্যঃ ইছৰো।

আদিত্য এল ১য়ে তোলা সূৰ্যৰ ফটো। সৌজন্যঃ ইছৰো।

14.5k
VIEWS
Share on FacebookShare on Twitter

ইছৰোৰ চন্দ্ৰযান চন্দ্ৰত অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছে। এইবাৰ ভাৰতীয় মহাকাশ সংস্থাৰ সৌৰযান আদিত্য এল ১ য়ে সূৰ্য্যৰ ফটো তুলিলে। অতিবেঙুনীয়া তৰংগদৈৰ্ঘ্যৰ ওচৰত সূৰ্য্যৰ সম্পূৰ্ণ ছবি এইবাৰ প্ৰথম তোলা হৈছে।

২ ছেপ্টেম্বৰৰ পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আদিত্য এল ১ উৎক্ষেপণ কৰা হয়। ৩ ছেপ্টেম্বৰত সৌৰ যানখনে প্ৰথমবাৰৰ বাবে কক্ষপথ সলনি কৰিছিল। ইয়াৰ পিছত ই ক্ৰমে পাঁচবাৰ কক্ষপথ সলনি কৰি পৃথিৱীৰ ‘মায়া’ এৰি মহাকাশলৈ গৈ সূৰ্য্যৰ ওচৰ পায়গৈ।

লগতে পঢ়কঃ ২০১৮ চনৰ পৰা বিদেশত অধ্যয়ন কৰিবলৈ গৈ মৃত্যু ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ; জনালে কেন্দ্ৰই

ইছৰোৰ সৌৰযানে ২০২৪ চনৰ ৭ জানুৱাৰীত যাত্ৰাৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিব। কিন্তু তাৰ আগতে সৌৰাযানে নিজৰ কাম আৰম্ভ কৰিছে। আৰু ই তোলা এই সূৰ্য্যৰ ফটোক লৈ মহাকাশ বিজ্ঞানী মহলত তোলপাৰ লাগিছে।

যোৱা ২০ নৱেম্বৰত ‘ছোলাৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ’ বা SUIT সক্ৰিয় হয়  আৰু এইবাৰ সেই টেলিস্কোপেই আশ্বৰ্য কঢ়িয়াই আনিলে।

Aditya-L1 Mission:
The SUIT payload captures full-disk images of the Sun in near ultraviolet wavelengths

The images include the first-ever full-disk representations of the Sun in wavelengths ranging from 200 to 400 nm.

They provide pioneering insights into the intricate details… pic.twitter.com/YBAYJ3YkUy

— ISRO (@isro) December 8, 2023

২০০ৰ পৰা ৪০০ নেন’মিটাৰ তৰংগদৈৰ্ঘ্যৰ মধ্যৱৰ্তী অঞ্চলত সূৰ্য্যৰ এই প্ৰতিচ্ছবিত পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটোৰ যি ছবি পোহৰলৈ আহিছে সেয়া অভূতপূৰ্ব।

ইয়াত দেখা সূৰ্য্যৰ তৰপটো অধ্যয়ন কৰি সৌৰ পৰিঘটনাসমূহ বুজি পোৱা আৰু ইয়াৰ বিষয়ে অধিক অজ্ঞাত তথ্য লাভ কৰা সম্ভৱ হ’ব বুলি আশা কৰা হৈছে। 

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd