• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
September 3, 2018 3:01 pm
IMG-20180903-WA0014
125
VIEWS
Share on FacebookShare on Twitter

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ডিমৌৰ বিষয়ববীয়া সকলে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো শ্ৰমিকসকলৰ ন্যায্য দাবী সমূহ পূৰণ কৰাত চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে প্ৰতিশ্ৰুতিৰ বিপৰীতে চাহ শ্ৰমিক সকলৰ মৌলিক অধিকাৰ যেনে- স্বাস্থ্য, শিক্ষা আৰু খাদ্যবস্তুক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে। সেয়ে আজি সদৌ আদিবাসী ছাত্ৰ সন্থাই এই কার্সূচীৰ জৰিয়তে চৰকাৰ আৰু মন্ত্ৰী পাটোৱাৰীক চাহ শ্ৰমিকসকলৰ মৌলিক অধিকাৰক লৈ ৰাজনীতি নকৰি শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিবলৈ  আহ্বান জনায়।

তদুপৰি আছাই ২০ চেপ্তেম্বৰৰ ভিতৰত চৰকাৰে চাহ মালিক পক্ষৰ লগত আলোচনা কৰি দৈনিক মজুৰি বৃদ্ধি কৰিবৰ বাবে শেষ সময়সীমাও বান্ধি দিছে।

আনহাতে যদি চৰকাৰে উক্ত সময়সীমাৰ ভিতৰত শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেতিয়া সংগঠনটোৱে চৰকাৰ আৰু চাহ কোম্পানীৰ বিৰুদ্ধে অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।

আজিৰ এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত আছাৰ জিলা সভাপতি নৰেন তাঁতী, সাংগঠনিক সম্পাদক মহেন্দ্ৰ মানকী আৰু ডিমৌ আঞ্চলিকৰ সভাপতি প্ৰদীপ মুণ্ডা আৰু সম্পাদক ললিত তাঁতীৰ লগতে বহুতো লোক উপস্থিত থাকে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd