• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১১৭ দিনৰ মূৰত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 10:26 am
1.1k
VIEWS
Share on FacebookShare on Twitter

১১৭ দিনৰ অন্তহীন অপেক্ষাৰ পিছত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট। মহামাৰী ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বাবেই দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ক্ৰিকেট।

আজিৰ পৰা ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আৰম্ভ হ’ব টেষ্ট শৃংখলা। ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতি শূন্য যদিও এই শৃংখলাটো যথেষ্ট সংখ্যক ক্ৰিকেট অনুৰাগীয়ে টিবিত চাবলৈ অপেক্ষা কৰি আছে।

ছাউথেম্পটন খেলিবলগীয়া মেচখন ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব।

আনহাতে শংখলাৰ দ্বিতীয় আৰু তৃতীয় টেষ্টখন ক্ৰমে অ’ল্ড ট্ৰেফ’ৰ্ড আৰু মানচেষ্টাৰত অনুষ্ঠিত হ’ব।

মহামাৰী ক’ৰ’নাৰ প্ৰতি লক্ষ্য ৰাখি আই চি চিয়ে ক্ৰিকেটৰ কেইবাটাও নিয়ম সলনি কৰিছে। আজি প্ৰথমবাৰৰ বাবে সংশোধিত নিয়মৰ মাজেৰে ক্ৰিকেট মেচ খেলা হ’ব।

উল্লেখ্য যে সংশোধিত নিয়ম অনুসাৰি এতিয়াৰে পৰা বলাৰ সকলে বল চাইন কৰাৰ বাবে থু লগাব নোৱাৰিব। মেচৰ মাজে মাজে চেনিটাইজেশ্যন ব্ৰেক লোৱাও হ’ব।

ক্ৰিকেটাৰ সকলে ইজনে সিজন সা-সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে, হেণ্ডশ্বেক কৰিব নোৱাৰৰ উপৰি ষ্টেডিয়ামত কোনো বল বয় নাথাকে।

জানিব পৰা মতে খেলুৱৈসকলক সপ্তাহত দুবাৰকৈ ক’ৰ’নাৰ টেষ্ট কৰা হ’ব।

Recent News

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

জাডেজা-ৱাশ্বিংটনৰ অদমনীয় যুঁজ, অনবদ্য শতক; মানচেষ্টাৰত মৰ্যাদাৰে খেলখন ড্ৰ’ কৰিলে ভাৰতে

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

হাঁহি-মাতি থকা মানেই ভালে থকা নহয়! ‘টক্সিক পজিটিভিটি’ কি জানেনে?

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd