• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতাৰ ৭০ বছৰ পিছতো বাট-পথৰ মুখ নেদেখিলে মাজুলীৰ সীমান্তৱৰ্তী লোহিত খাৱলুবসীয়ে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 29, 2018 6:49 pm
Majuli
136
VIEWS
Share on FacebookShare on Twitter

দেশ স্বাধীন হোৱাৰ আজি ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো চৰকাৰী উন্নয়ণমূলক আঁচনিৰ মুখ নেদেখিলে লক্ষিমপুৰ জিলাৰ অন্তৰ্গত মাজুলীৰ সীমান্তৱৰ্তী লোহিত খাৱলু অঞ্চলৰ দূৰ্ভগীয়া ৰাইজে। আজিও আদিম যুগৰ দৰেই বসবাস কৰিব লগা হৈছে অঞ্চলটোৰ ৩৫খন গাঁৱৰ লোকে।

নাই যাতায়তী ব্যৱস্থা, নাই চিকিৎসা ব্যৱস্থা। যাৰ বাবে অঞ্চলবাসীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে। আনকি পথৰ ওপৰতেই প্ৰসূতিৰ প্ৰসৱ হোৱাৰ দৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে থালা অথবা চাইকেলৰ ফ্ৰেমত বহুৱাই মূমূৰ্ষ ৰোগীক দূৰণিৰ চিকিৎসালয়লৈ আনিব লগা হয়।

উল্লেখযোগ্য পথ বুলিবলৈ একো নথকাত উপায়ান্তৰ হৈ লোহিত খাৱলু অঞ্চলৰ গাঁওবাসীয়ে হাবি কাটি পথ নিৰ্মাণৰ বাবে ওলাই আহিছে। দুৰ্গম যাতায়াতৰ বাবে ৩৫ খন গাঁৱৰ ৰাইজে হাবি-বন কাটি বাট উলিয়াব লগা হৈছে।

ৰাইজে অভিযোগ কৰা মতে, বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক আৱেদন নিবেদন কৰাৰ পিছতো কৰ্তৃপক্ষই কোনা গুৰুত্ব নিদিয়াত গাঁৱৰ ৰাইজে নিজে হাতে হাতে দা-কোৰ লৈ পথ নিৰ্মাণত লাগি গৈছে। উল্লেখযোগ্য যে মাজুলী আৰু লখিমপুৰ জিলাৰ সীমান্ত হোৱাৰ বাবেই লুইত খাৱলোৰ ৩৫খন গাঁৱৰ জনসাধাৰনক আজি পৰ্যন্ত চৰকাৰৰ কোনা আঁচনিয়ে স্পৰ্শ নকৰিলে বুলি অঞ্চলবাসীয়ে আক্ষেপ কৰিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd