• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 1:51 pm
211
VIEWS
Share on FacebookShare on Twitter

যোৱা জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ প্ৰতিবেদনৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰ দ্ৰুতভাৱে হ্ৰাস পাইছে। ২০২২ৰ ছেপ্টেম্বৰলৈকে ১৫০ বিলিয়ন ডলাৰৰ অধিক মূল্যৰ সম্পত্তিৰ গৰাকী গৌতম আদানি জানুৱাৰীত ৫৩ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল। আদানি বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাৰ শীৰ্ষ ৩৫ ৰ পৰা বাদ পৰিছিল আৰু তেওঁৰ আদানি গ্ৰুপ বৃহৎ লোকচানৰ সন্মুখীন হৈছিল।

আদানি গ্ৰুপৰ শ্বেয়াৰ ক্ৰয় কৰা বিনিয়োগকাৰীসকলেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে। যোৱা কেইদিনমানত গৌতম আদানিৰ অৱস্থা উন্নত হৈ আছে আৰু তেওঁ বিলিয়নেয়াৰৰ তালিকাত কিছু ওপৰলৈ আহিছে।

তাৰমাজতে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে এইবাৰ টুইটাৰত আন এটা নতুন টুইট কৰিছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ‘আৰ এটা ডাঙৰ’ ঘোষণাৰ ইংগিত দিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰিছে, “শীঘ্ৰেই নতুন প্ৰতিবেদন – আন এক ডাঙৰ প্ৰতিবেদন।‘’ এই টুইটটো সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত যথেষ্ট আগ্ৰহেৰে চোৱা হৈছে। বহুতৰ ধাৰণা যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আমেৰিকান বেংকৰ বিষয়ে হ’ব নেকি?

New report soon—another big one.

— Hindenburg Research (@HindenburgRes) March 22, 2023

হিণ্ডেনবাৰ্গৰ টুইটৰ উত্তৰত এজন ভাৰতীয় য়ুজাৰে লিখিছে ‘আশা কৰোঁ’, ই আন কোনো ভাৰতীয় কোম্পানীৰ বিষয়ে নহ’ব। য়ুজাৰজনে হিণ্ডেনবাৰ্গক এই সময়ত এটা চীনা কোম্পানীৰ বিষয়ে প্ৰতিবেদন দিবলৈও অনুৰোধ কৰিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd