• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হলিউডৰ শিল্পীৰ ধৰ্মঘট; প্ৰভাৱ পেলাব অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 5:48 pm
2k
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ শিল্পীসকলৰ ধৰ্মঘটৰ বাবে অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিৰ কামত বিলম্ব হ’ব পাৰে। তদুপৰি, ছবিৰ প্ৰচাৰ-প্ৰমোচনৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বহু চিনেমাৰ সূচী সলনি কৰা হৈছে।

হলিউডত যোৱা ৬০ বছৰত ইমান বৃহৎ ধৰ্মঘট দেখা যোৱা নাই। এই ধৰ্মঘটত এক লাখ ৬০ হাজাৰ শিল্পী তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছে।

এই ধৰ্মঘটৰ বাবে আমেৰিকাৰ চলচ্চিত্ৰ আৰু টিভি প্ৰডাকচনৰ কাম স্তব্ধ হৈ পৰিছে। ক্রিষ্টোফাৰ নোলানৰ দৰে পৰিচালকেও কাম বন্ধ কৰিবলগীয়া হৈছে৷ নোলানেও শিল্পী আৰু কলা-কুশলীৰ ধৰ্মঘট তথা দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

অভিনয় শিল্পীসকলৰ এটা সংস্থা স্ক্ৰীণ এক্টৰছ গিল্ড (এছ এ চি)য়ে শিল্পীসকলক ভাল কৰ্ম পৰিৱেশ আৰু লাভৰ সঠিক অংশ দিয়াৰ দাবী তুলিছে। তেওঁলোকে লগতে হলিউডৰ চিনেমাত কৃত্ৰিম বুদ্ধিমত্তা আৰু গ্রাফিক্সৰ অতিমাত্ৰা প্ৰয়োগে শিল্পীসকলক যিদৰে এলাগী কৰি ৰাখিছে তাৰ পৰাও সুৰক্ষা বিচাৰিছে।

এই ধৰ্মঘট চলি থকাৰ সময়ত কোনো শিল্পীয়ে চিনেমাত কাম কৰিব নোৱাৰিব। সেইদৰে, কোনো ধৰণৰ প্ৰচাৰ অভিযানতো অংশগ্ৰহণ কৰিব নোৱাৰিব। ফলত বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগটো বাস্তৱিকতে স্তব্ধ হৈ পৰিছে।

Recent News

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd