• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত মাৰপিট; আৱাসীয়ে আশ্ৰয়গৃহ জ্বলাই দিয়াৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 9:07 am
ফটো : NDTV-ৰ বাতৰিৰ পৰা লোৱা স্ক্ৰিনশ্বট

ফটো : NDTV-ৰ বাতৰিৰ পৰা লোৱা স্ক্ৰিনশ্বট

5.2k
VIEWS
Share on FacebookShare on Twitter

খাদ্যক কেন্দ্ৰ কৰি হোৱা এক কাজিয়াৰ এদিন পিছত শনিবাৰে সন্ধিয়া একাংশ প্ৰব্ৰজিত শ্ৰমিকে দিল্লীৰ কাশ্মিৰী গে’টত তেওঁলোকে বাস কৰা এটা আশ্ৰয়গৃহত অগ্নি সংযোগ কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীয়ে জনোৱা মতে আৱাসী শ্ৰমিকসকলৰ লগত আশ্ৰগৃহটোৰ কৰ্মচাৰীসকল কাজিয়াত লিপ্ত হৈছিল।

যোৱা শুকুৰবাৰে কৰ্মচাৰীসকলে আশ্ৰয়গৃহটোত থকা শ্ৰমিকৰ ওপৰত মাৰপিট কৰিছিল যাৰ পিছতে চাৰিজন শ্ৰমিকে যমুনা নৈত জাপ দিছিল, ইয়াৰে এজনৰ সলিল সমাধি ঘটে। আৰক্ষীয়ে লগতে কয়।

ক্ষুব্ধ শ্ৰমিকসকলে শনিবাৰে তেওঁলোকৰ সহআৱাসী গৰাকীৰ মৃত্যুৰ বাবে দায়ী কৰ্মচাৰীকেইজনৰ শাস্তিৰ দাবী তোলে।  আৰক্ষীৰ মতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষীলৈ উত্তেজিত শ্ৰমিকসকলে শিলগুটি দলিওৱাৰ আশ্ৰয়গৃহটোত জুই লগাই দিয়ে।

NDTVৰ মতে উক্ত ঘটনাটোৰ সংক্ৰান্তত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদ এজেন্সি PTIৰ বাতৰিত প্ৰকাশ।

আশ্ৰয়গৃহটোত ২০০ৰ পৰা ২৫০ গৰাকী আৱাসী আছিল। নিহত শ্ৰমিকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

সন্ধিয়া প্ৰায় ৬ বজাত অগ্নিকাণ্ডটোৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ ওলোৱা নাই।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd