• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 2, 2025 10:44 am
‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ‘অপাৰেচন মহাদেৱ’ৰ পিছত এতিয়া চলি আছে ‘অপাৰেচন অখল’। জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই পূৰ্ণাংগ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছে।

খবৰ অনুসৰি শনিবাৰে পুৱা ভাৰতীয় সেনাই কুলগামত চলোৱা অভিযানত এজন উগ্ৰপন্থী নিহত হয়। অৱশ্যে ভাৰতীয় সেনাই এতিয়াও বিস্তৃত অঞ্চলত অনুসন্ধান আৰু উগ্ৰপন্থী বিৰোধী অভিযান চলাই আছে।

সোমবাৰে শ্ৰীনগৰত ‘অপাৰেচন মহাদেৱ’ত ভাৰতীয় সেনাই পেহেলগাম আক্ৰমণৰ ৩জন উগ্ৰপন্থীকে হত্যা কৰে।

মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিবৃতি প্ৰদান কৰে।

সেই সফল অভিযানৰ মাত্ৰ ৫ দিনৰ পাছত পুনৰ উগ্ৰপন্থী দমনৰ ক্ষেত্ৰত ভাৰতীয় সেনা সক্ৰিয় হৈ পৰিছে। চোৰাংচোৱা সূত্ৰই জনাইছে যে উগ্ৰপন্থীয়ে বনাঞ্চলত আত্মগোপন কৰি আছে। সেই তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰম্ভ কৰা হয় অপাৰেচন আখল। সেনাৰ উপস্থিতি অনুভৱ কৰি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে। সেনাই প্ৰতিশোধ ল’বলৈ বাধ্য হয়। ফলত এজন উগ্ৰপন্থী নিহত হয়।

অৱশ্যে কুলগামৰ এক বৃহৎ অঞ্চলত সেনাই এতিয়াও তালাচী চলাই আছে, কিয়নো অঞ্চলটোত কেইবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd