• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুলৱামাৰ ঘটনাকলৈ খুলিছিল মুখ; বীমা গোচৰত সত্যপাল মালিকক চমন CBIৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 8:18 am
সত্যপাল মালিক। ফাইল ফটো।

সত্যপাল মালিক। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্য পাল মালিকক চিবিআইৰ চমন। ২৮ এপ্ৰিলত তেওঁক মাতি পঠোৱা হৈছে। বাতৰি অনুসৰি, ৰিলায়েন্স জেনেৰেল বীমাত অনিয়মৰ অভিযোগৰ সাক্ষী হিচাপে তেওঁক মাতি অনা হৈছে।

ইপিনে, তাৎপৰ্যপূৰ্ণভাৱে পুলৱামা আক্ৰমণৰ বিষয়ে মুকলিকৈ কৈছিল প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। আৰু কাকতলীয়ভাৱে তাৰ পিছতেই তেওঁ লাভ  কৰিলে চিবিআইৰ চমন।

এটা নিউজ প’ৰ্টেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সত্যপাল মালিকে কৈছিল যে পুলৱামা আক্ৰমণ নিৰাপত্তাৰ বিজুতিৰ বাবেই সংঘটিত হৈছিল। ফলত চি আৰ পি এফৰ ৪০ জন জোৱানৰ মৃত্যু হয়। তেওঁ কয় যে চি আৰ পি এফে বিমানৰ বাবে আবেদন কৰিছিল। কিন্তু চৰকাৰে সেই কথা মানি ল’ব বিচৰা নাছিল। আৰু তাৰ বাবেই সৈনিকসকলে স্থলপথেৰে যাব লগা হয়।

আনহাতে, চিবিআইৰ চমন লাভ কৰাৰ পিছত সত্যপাল মালিকে টুইট কৰি কয় যে সঁচা কথা কৈ একাংশ লোকৰ পাপ উদঙাই দিম। মই এজন খেতিয়কৰ সন্তান। মই কাকো ভয় নকৰো। মই সত্যৰ পক্ষত থাকিম।

ইপিনে, সত্যপাল মালিকে সংবাদ সংস্থাক জনাইছে যে তেওঁলোকে মোক আকবৰ ৰোডৰ চিবিআইৰ অতিথিশালাত উপস্থিত হ’বলৈ কৈছে। তেওঁলোকে কিছু ব্যাখ্যা বিচাৰিছে। সেইবাবেই তেওঁলোকে মোৰ উপস্থিতি বিচাৰিছে। মই ৰাজস্থানলৈ গৈ আছো। গতিকে ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত সময় দিছো। যেতিয়াই সময় পাম যাম।

কিন্তু কোনটো বিষয়ত তেওঁক মতা হৈছে? সূত্ৰ অনুসৰি, ২০১৮ চনত তেওঁ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ত এটা বীমা কোম্পানীৰ চুক্তি বাতিল কৰিছিল। আৰু সেই বীমা কোম্পানীটোৰ মালিক আছিল উদ্যোগপতি অনিল আম্বানী। সেই এফ আই আৰত চি বি আইয়ে ৰিলায়েন্স জেনেৰেল ইনছুৰেন্সৰ নাম ৰাখিছিল। ট্ৰিনিটি ৰি-ইন্সুৰেন্স ব্ৰোকাৰৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। তাত কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বীমা কৰাৰ কথা আছিল। কিন্তু সেই বীমা সম্পৰ্কীয় প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

সত্যপাল মালিকে বীমা আঁচনিখনত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। সেইটোলৈয়েই এইবাৰ আৰম্ভ হৈছে চিবিআইৰ তদন্ত।

প্ৰায় ৩.৫ লাখ কৰ্মচাৰীক এই বীমাৰ অধীনলৈ অনাৰ উদ্যোগ লোৱা হৈছিল। ২০১৮ চনৰ ছেপ্টেম্বৰৰ পৰা সেয়া আৰম্ভ হৈছিল। কিন্তু এমাহৰ ভিতৰতে তেতিয়াৰ ৰাজ্যপাল সত্যপাল মালিকে সেইটো বাতিল কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ইয়াক বাতিল কৰাটো বিচাৰিছিল, কিয়নো ইয়াত দুৰ্নীতি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd