• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 10:02 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ আমাণ্ডা এনিছিমোভাক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰি ইউ এছ অ’পেনৰ মুকুট সফলতাৰে ৰক্ষা কৰে আৰিনা ছাবালেংকাই। ৬ ছেপ্টেম্বৰ শনিবাৰে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত ৬-৩, ৭-৬ (৩) পইণ্টত জয়লাভ কৰিবলৈ মাত্ৰ এঘণ্টা ৩৪ মিনিট সময় লয় ছাবালেংকাই। এই জয়ে তেওঁৰ চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ প্ৰদান  কৰাৰ লগতে অষ্ট্ৰেলিয়ান অ’পেনত তেওঁৰ জয়ৰ সংখ্যা বৃদ্ধি পায়।

ইয়াৰ উপৰিও ২০১৪ চনত ছেৰেনা উইলিয়ামছৰ পাছত ইউ এছ অ’পেনৰ মুকুট সফলতাৰে ৰক্ষা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে উইম্বলডন আৰু ফ্ৰেঞ্চ অ’পেন দুয়োখনতে ৰানাৰ্ছ আপ হিচাপে অন্ত পৰাৰ পাছত অৱশেষত ফ্লাছিং মিড’ছত ছাবালেংকাই জয়লাভ কৰে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm
মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী

June 29, 2026 4:33 pm
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ

June 29, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd