• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ মন্ত্ৰিত্বৰ লগতহে সম্পৰ্ক আছে, ৰাইজৰ সমস্যাৰ লগত নাই : হৰিশ ৰাৱত

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 2, 2018 7:55 pm
Harish Rawat

বৰপেটা জিলাৰ জনিয়াত ২ ডিচেম্বৰত অনুষ্ঠিত এখন পঞ্চায়ত নিৰ্বাচনী সভাত হৰিশ ৰাৱত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম গণ পৰিষদ দলৰ মন্ত্ৰিত্বৰ লগতহে সম্পৰ্ক আছে, ৰাইজৰ সমস্যাৰ লগত কোনো সম্পৰ্ক নাই৷” এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতৰ৷ বৰপেটা জিলাৰ জনিয়াত আজি বিয়লি অনুষ্ঠিত এখন পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাৱতে বিজেপি, এ আই য়ু ডি এফ আৰু অগপক তুলাধুনা দিয়ে।

তেওঁ কয়, “নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে আচ্ছে দিনৰ প্ৰতিশ্ৰুতি দিছিল যদিও চাৰি বছৰৰ পিছতো ৰাইজে আচ্ছে দিন দেখিবলৈ নাপালে।”

আনহাতে, বিমুদ্ৰাকৰণ, জি এছ টি আদি সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি এনে ব্যৰ্থ চৰকাৰে ৰাইজৰ উন্নয়ন কৰিব নোৱাৰে বুলিও মন্তব্য আগ বঢ়ায় ৰাৱতে৷

সম্প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ যুঁজ চলা বুলি উল্লেখ কৰি অগপ, এ আই য়ু ডি এফ দলক ভোট দিয়া মানে বিজেপিকে ভোট দিয়া বুলিও মন্তব্য কৰে নেতাজনে।

অগপ, এ আই য়ু ডি এফ দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি উল্লেখ কৰাৰ লগতে লোকতন্ত্ৰ, বিকাশ, সৰ্বধৰ্ম, প্ৰেম আৰু স্নেহৰ ভেটি শক্তিশালী কৰিবলৈ হ’লে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে৷ ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্বতকৈ অধিক ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে ৰাৱতে৷

আজিৰ সভাখনত জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, জনিয়াৰ বিধায়ক আব্দুল খালেক, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে৷

উল্লেখ্য যে, জনিয়াৰ নিৰ্বাচনী সভাত উপস্থিত হোৱাৰ পূৰ্বে মন্দিয়াতো এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd