• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 11:49 am
139
VIEWS
Share on FacebookShare on Twitter

১২ জুনত দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ উদ্ধাৰ হোৱা ব্লেক বক্সৰ তথ্য বিশ্লেষণৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰা নহয়। এই ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ইয়াক সঁচা নহয় বুলি উল্লেখ কৰিছে ।

মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এনেধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু সংবাদ মাধ্যমত ইয়াক লৈ যি বাতৰি প্ৰকাশ পাই আহিছে সেয়া তথ্যৰ ওপৰত আধাৰিত নহয় । মন্ত্ৰণালয়ে কয় যে ফ্লাইট ডাটা ৰেকৰ্ডাৰৰ তথ্য বিশ্লেষণ ক’ত কৰা হ’ব, ক’ত ইয়াৰ তথ্য উদ্ঘাটন কৰা হ’ব সেই সিদ্ধান্ত এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ’ৰ ।

অনুসন্ধান ব্যুৰ’ৱে ইয়াৰ বিশ্লেষণ কৰিব আৰু তাৰ পিছতহে এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব যে তথ্য ভাৰততে উদ্ঘাটন কৰিব পৰা যাব নে নাযায় । ব্যুৰ’ৱে ইতিমধ্যে ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছে ।

উল্লেখ্য যে, বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যে যিহেতু ব্লেক বক্সৰ অৱস্থা অতি শোচনীয় আৰু সেয়েহে ইয়াৰ পৰা তথ্য উদ্ঘাটন কৰাটো যথেষ্ট কঠিন । সেই কাৰণে ইয়াক বিদেশলৈ প্ৰেৰণ কৰা হ’ব । সম্ভৱত আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব । লগতে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা বোৰ্ডলৈ প্ৰেৰণ কৰা হ’ব বুলিও বাতৰি প্ৰকাশ পাই আহিছে ।

Recent News

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

হানিমুন মাৰ্ডাৰ কাণ্ড! ষড়যন্ত্ৰত সোণমৰ পৰিয়ালো জড়িত; চিবিআইৰ তদন্ত দাবী ৰাজাৰ ভাতৃৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

প্ৰেমিকক চিনাকি কৰাই দিলে স্মৃতি মান্ধনাই; কোন মোহময়ী তাৰকা ক্ৰিকেটাৰগৰাকীৰ মনৰ মানুহ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd